ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Mukul Khathar I এচিএছ বিষয়া মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষাৰ কথা অস্বীকাৰ তুলিৰাম ৰংহাঙৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
April 30, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদ (KAAC, Secretary)ৰ সচিব মুকুল কাথাৰ (Mukul Khathar) পাৰিবাৰিক সংঘাতক লৈ ২২ এপ্ৰিলতে বিৰ্তকত সোমাই পৰে ৷ পত্নীক বিছাৰি গৈ ৰাজপথত পত্নীৰ জ্যেষ্ঠ ভগ্নীক মাৰধৰ কৰে বিষয়াগৰাকীয়ে৷ ইয়াৰ পিচতে শহুৰৰ ঘৰত পত্নী থকা বুলি খবৰ পাই তালৈ গৈ পত্নীক দাবীধমকি দি চোতালত এক ৰাউণ্ড গুলী ফুটাই বিষয়াগৰাকীয়ে।

এই ঘটনাৰ পিছতে ৰাতি পত্নীৰ ভগ্নী চাংপী টেৰণপীীয়ে নিশাই ডিফু থানাত এখন এজাহাৰ দিয়ে৷ ২৩ এপ্ৰিলত পত্নী লিনদালিং টেৰণপীয়েও ডিফু থানাত গোচৰ তৰে ৷ সিদিনাই আৰক্ষীয়ে মুকুল কাথাৰৰ ৰিভলভাৰটো জব্দ কৰে ৷ তেতিয়াৰে পৰা বিষয়া গৰাকী পলাই আছে ৷ সত্ৰ ন্যায়ালয়ত তেওঁৰ জামিন আবেদন খাৰিজ হোৱাত এতিয়া উচ্চ ন্যায়ালয় (Bail application at High court)ত তেওঁ জামিন আবেদন কৰিছে বুলি জানিব পৰা গৈছে। 

এচিএছ বিষয়া মুকুল কাথাৰ
 এচিএছ বিষয়া মুকুল কাথাৰক ৰাজনৈতিক সুৰক্ষাৰ কথা অস্বীকাৰ তুলিৰাম ৰংহাঙৰ:

মঙ্গলবাৰে যদি উচ্চ ন্যায়ালয়ত গোচৰটো উঠে আৰু তেওঁ জামিন লাভ নকৰে তেন্তে তেওঁ আত্মসমৰ্পণ কৰাৰ বিকল্প নাথাকিব। ইয়াৰ মাজতে অসম চৰকাৰৰ পাৰচনেল বিভাগে মুকুলক কাথাৰৰ পৰিষদৰ ডেপুটেচৰ পৰা অব্যাহতি দিছে৷

ইফালে জিলা প্ৰশাসনে বিষয়াগৰাকীৰ ৰিভলভাৰটো অনুজ্ঞাপত্ৰ বাতিল (revolver’s licence cancelled) কৰিছে ৷ আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক (Tuliram Ronghang) সংবাদ মাধ্যমে মুকুল কাথাৰৰ বিষয়ে সুধাত কয় যে এয়া পতি-পত্নীৰ কাজিয়া ৷ আপোনাৰ ঘৰতো কেতিয়াবা কাজিয়া হয় ৷

সেয়ে এই সন্দৰ্ভত মই একো নকওঁ৷ অসম চৰকাৰে ডেপুটেছন উঠাই ল’লে তেওঁ যাব লাগাব৷ বৰ্তমান তেওঁ চুটিত থকা বুলি কয় ৰংহাঙে। মুকুল কাথাৰক কোনো ৰাজনৈতিক সুৰক্ষা দিয়াৰ কথাও তেওঁ অস্বীকাৰ কৰে৷ ইতিমধ্যে বিতৰ্কিত এচিএছ বিষয়া মুকুল কাথাৰক এক নিৰ্দেশনা যোগে অসম চৰকাৰ পাৰ্চনেল বিভাগে বদলি কৰিছে বুলি জানিব পৰা গৈছে৷

Tags: KAACMukul Khatharsecretaryমুকুল কাথাৰ
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx