দুই পাহাৰীয়া জিলা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা বিৰাজমান পৰিষদৰ এমএচি পৱন কুমাৰ, বিধায়ক ৰূপছিং টেৰণৰ বিৰুদ্ধে সোচ্চাৰ ছাত্র সংগঠন
সংৰক্ষিত বনাঞ্চলৰ ভূমি অখিলঞ্জীয়া লোকে বসবাসৰ বাবে বিচৰাৰ উপৰি এই ভূমিত মাটি প্রদান কৰাক কেন্দ্র কৰি বিগত তিনিদিন ধৰি উত্তাল ...







