ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দুই পাহাৰীয়া জিলা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা বিৰাজমান পৰিষদৰ এমএচি পৱন কুমাৰ, বিধায়ক ৰূপছিং টেৰণৰ বিৰুদ্ধে সোচ্চাৰ ছাত্র সংগঠন

ছাইদুল ইছলাম,ডিফু 

ASSAM TIMES POST by ASSAM TIMES POST
February 18, 2024
Reading Time: 1 min read
A A
0
দুই পাহাৰীয়া জিলা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা বিৰাজমান পৰিষদৰ এমএচি পৱন কুমাৰ, বিধায়ক ৰূপছিং টেৰণৰ বিৰুদ্ধে সোচ্চাৰ ছাত্র সংগঠন

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

সংৰক্ষিত বনাঞ্চলৰ ভূমি অখিলঞ্জীয়া লোকে বসবাসৰ বাবে বিচৰাৰ উপৰি এই ভূমিত মাটি প্রদান কৰাক কেন্দ্র কৰি বিগত তিনিদিন ধৰি উত্তাল হৈ থকা দুয়োখন পার্বত্য জিলাৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও দুয়োখন পার্বত্য জিলাজুৰি আজিও অব্যাহত আছে চেপা উত্তেজনা। বিগত দুদিন ধৰি সম্পূর্ণৰূপে বন্ধ হৈ থকা কার্বি আংলং জিলা সদৰ ডিফুত আজি পুরা দোকান-পোহাৰ খোল খাই আৰু অট’সমূহ ৰাজপথত চলা পৰিলক্ষিত হয়।

দুই পাহাৰীয়া জিলা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা বিৰাজমান পৰিষদৰ এমএচি পৱন কুমাৰ, বিধায়ক ৰূপছিং টেৰণৰ বিৰুদ্ধে সোচ্চাৰ ছাত্র সংগঠন
দুই পাহাৰীয়া জিলা কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনা বিৰাজমান পৰিষদৰ এমএচি পৱন কুমাৰ, বিধায়ক ৰূপছিং টেৰণৰ বিৰুদ্ধে সোচ্চাৰ ছাত্র সংগঠন

ডিফু চহৰৰ পৰিস্থিতি সামান্য হোৱা পৰিলক্ষিত হয় যদি ও জিলাখনৰ বিভিন্ন প্রান্তত এতিয়াও বন্ধ হৈ থকাৰ বাতৰি লাভ কৰা গৈছে। জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে আজি বিভিন্ন দল-সংগঠনৰ সৈতে বহু বৈঠক অনুষ্ঠিত কৰে। মূলতঃ  শান্ত কৰি তোলাৰ বাবেই এই আলোচনাসমূহ অনুষ্ঠিত কৰা হয়। ইয়াৰোপৰি বিভিন্ন দল-সংগঠনেও কেবাখনো সুকীয়া সংবাদমেল অনুষ্ঠিত কৰি নিজৰ নিজৰ স্থিতি প্রকাশ কৰে। পশ্চিম কাবি আংলঙৰ খেৰণিত ১৫ ফেব্রুৱাৰীত বিহাৰী সম্প্রদায়ৰ একাংশ যুবকে কাৰবি ছাত্র সন্থা আৰু আঞ্চলিক ৰাজনৈতিক দল এএছডিচি যুৱ মৰ্চাৰ এটা প্রতিবাদকাৰী দলক আক্রমণ কৰাক লৈ হোৱা প্রতিবাদৰ পাছত ডিফু চহৰলৈ স্বাভাবিক জীৱন যাত্রা প্রায় ঘূৰু অহা পৰিলক্ষিত হৈছে।

705d409e a082 49cf a1d6 4439cc3cee88 | ASSAM TIMES POSTআজি এপিএইচএলচি দলৰ যুব মর্চাৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰা এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে স্থানীয় এমএচি পৱন কুমাৰ আৰু স্থানীয় বিধায়ক ৰূপছিং টেৰণক কঠোৰ  সমালোচনা কৰে। সংবাদমেলত যুব সংগঠনটোৰ নেতৃত্বই কয় যে, ইমান ভাঙৰ ঘটনা সংঘটিত হৈ যোবাৰ পাছতে। দুয়োগৰাকী জনপ্রতিনিধি জনতাৰ কাষলৈ নাহিল। তেওঁলোক বিহাৰী সম্প্ৰদায়ৰ  সংগঠন আৰএনএছএচৰ লগত জড়িত নেকি বুলি  সংগঠনটোরে প্রশ্ন উত্থাপন করে। লগতে ছাত্র সংগঠনাটোৱে  এমএচি  পৱন কুমাৰ ৰায়ৰ  পদত্যাগ দাবী কৰে।

আনহাতে পাহাৰৰ আঞ্চলিক দল এএছডিচিয়ে এখন সংবাদমেলৰ জৰিয়তে খেৰণিত সংঘটিত ঘটনাৰ বাবে সামাজিক মাধ্যমত প্রচাৰ হোৱা  সংবাদৰ ক্ষেত্ৰত তীব্র অসন্তুষ্টি প্রকাশ কৰি সামাজিক মাধ্যমক নিয়ন্ত্রণ কৰাৰ আহ্বান জনাই দুয়োখন জিলা প্রশাসনৰ ওচৰত। দলটোৰ সভাপতি তথা প্রাক্তন বিধায়ক চন্দ্রকান্ত তেৰাঙে কয় যে, আমি স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীত আন্দোলন চলাই আহিছো। আমাৰ দলৰ ভাতৃ সংগঠনৰ যুব মৰ্চা আৰু কাৰবি ছাত্র সন্থাই ভিজিআৰ আৰু পিজিআৰত বসবাস কৰা লোক সকলক উচ্ছেদিত কৰাৰ দাবীত আন্দোলন কৰি ঘূৰি অহাৰ সময়ত বিহাৰী সম্প্রদায়ৰ লোকে তেওঁলোকক আক্রমণ কৰিছিল।

গ্রেজিং মাটিত বসবাস কৰাটো অনিয়ম। তেওঁলোকৰ যিদৰে মাটিৰ পট্টা বিচৰাৰ অধিকাৰ আছে তেনেদৰে আমাৰো ইয়াৰ প্রতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু ইয়াৰ বাবে আইন হাতত তুলি লোৱাটো অসাংবিধানিক কথা। এই ঘটনাৰ আলম লৈ একাংশ লোকে ইয়াক সাম্প্রদায়িক ৰূপ দিয়াৰ চেষ্টা চলোৱা পৰিলক্ষিত হোৱা বুলিও তেওঁ অভিযোগ কৰে ৷  আনহাতে, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে এএছডিচি আৰু ভাতৃ সংগঠনসমূহক ১৯ ফেব্রুৱাৰীত আলোচনাৰ বাবে কৰা আমন্ত্রণ তেওঁলোকে গ্রহণ কৰা বুলি উল্লেখ কৰি অহা  ২০ ফেব্ৰুৱাৰীত তুলিৰাম ৰংহাঙে আহ্বান জনোৱা  সৰ্বদলীয় সভাতো উপস্থিত থাকিব বুলি কয় ৷

আনহাতে ২৬ তাৰিখে স্বায়ত্তৰাজ্যৰ দাবীলৈ ডিফুত এএছডিচিৰ গণ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হব বুলি  জনায় নেতা গৰাকীয়ে । উল্লেখনীয় যে জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা উৰা বাতৰি প্রকাশ পাই থকালৈ চাই প্রশাসন অধিক সষ্টম হোৱাৰ প্রয়োজন আছে বুলি স্থানীয় জনতাই মতপোষণ কৰিছে।

Tags: অখিলঞ্জীয়া বসবাসআঞ্চলিক বিক্ষোভআলোচনা সম্ভাষণউৰা বাতৰি প্রকাশএএছডিচি গণ বিক্ষোভএএছডিচি যুৱ মৰ্চাকার্বি আংলং সংঘাতকাৰবি ছাত্র সন্থাগ্রেজিং মাটি উচ্ছেদজিলা প্রশাসন সক্রিয়তা.ডিফু ঘটনাডিফু শান্তি প্রচেষ্টাপার্বত্য জিলা উত্তেজনাবিহাৰী সম্প্রদায় আক্রমণভূমি অধিকাৰমাটি প্রদানসংৰক্ষিত বনাঞ্চলসামাজিক মাধ্যম নিয়ন্ত্রণসাম্প্রদায়িক ঘটনা প্রতিবাদস্থানীয় প্রশাসন বৈঠকস্বায়ত্ত শাসন দাবীস্বায়ত্তৰাজ্য দাবী
Share4Tweet3Send

Related Posts

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

July 8, 2026
50
Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত
National-International

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I অৱশেষত ৰাম মন্দিৰৰ চুৰি প্ৰসঙ্গত মুখ খুলিলে চম্পত ৰায়ে

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

July 8, 2026
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

July 8, 2026
Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

Taj Mahal controversy I তাজমহলত অৱস্থিত হিন্দু মন্দিৰ ‘তেজো মহালয়া’, এলাহাবাদ উচ্চ ন্যায়ালয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx