কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনা
কাৰ্বি সাংস্কৃতিক সমাজ ( কাৰ্বি কালছাৰেল চচাইটি) (Karbi Cultural Society) ৰ উদ্যোগত আজি ডিফু ৰংনিহাঙৰ কাৰ্বি ক্লাৱৰ প্ৰাংগণত দিন জোৰা ...







