ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনা

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
September 9, 2023
Reading Time: 1 min read
A A
0
কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনা

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

কাৰ্বি সাংস্কৃতিক সমাজ ( কাৰ্বি কালছাৰেল চচাইটি) (Karbi Cultural Society) ৰ উদ্যোগত আজি ডিফু ৰংনিহাঙৰ কাৰ্বি ক্লাৱৰ প্ৰাংগণত দিন জোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথম 1974 , দ্বিতীয় 1975 , তৃতীয় 1976 , দশম 1984 আৰু এয়োদশ 1987 চনত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক আদৰণি সমিতিৰ কৰ্ম কৰ্তা সকলক কাৰ্বি প’হ আৰু প্ৰশস্তি পত্রৰে সম্বৰ্দ্ধনা জনোৱা হয়।

কাৰ্বি যুৱমহোৎসৱ
কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত ডিফুত অনুষ্ঠিত কাৰ্বি যুৱমহোৎসৱ:

এই উপলক্ষে কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰছিং ক্রয়ে আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে স্বকীয় ভাষা, ক’লা কৃষ্টি, সাজপাৰে জাতিটোৰ পৰিচয়।

IMG 20230909 WA0054 | ASSAM TIMES POST

IMG 20230909 WA0052 | ASSAM TIMES POSTপ্ৰথম কাৰ্বি যুৱ মহোৎসৱৰ অনুষ্ঠান ডিফুৰ কাৰ্বি ক্লাৱত 1974 চনত আৰম্ভ হৈছিল। এই দিনটো জিলাখনত উল্লেখনীয় দিন বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেলেন্ডাৰত কাৰ্বি যুৱ মহোৎসৱৰ আৰম্ভৰ প্ৰথম দিনটো বন্ধৰ দিন হিচাপে বিবেচনা কৰা হব বুলি তেওঁ মন্তব্য কৰে। ডিফুত পাঁচ বাৰ কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা সকলক আমন্ত্ৰিত অতিথিৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা উপৰি অভিনন্দন জ্ঞাপন কৰে।

কাৰ্বি সাংস্কৃতিক সমাজৰ সোণ্লী জয়ন্তী উৎযাপনৰ বৰ্ষৰ লগত সংগতি ৰাখি কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিৰ কৰ্মকৰ্তা সকলক সম্বৰ্দ্ধনা জনোৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্র’য়ে সভাত ভাষণত উল্লেখ কৰে।
অনুষ্ঠানত কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং তকবি, লোক সংস্কৃতি গৱেষক লুনছে তিমুঙেও চমু ভাষণ আগবঢ়ায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আদৰণি সমিতিৰ প্ৰাক্তন কৰ্ম কৰ্তা সকলক সম্বৰ্দ্ধনাকাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগতডিফুত অনুষ্ঠিত হোৱাৰ কাৰ্বি যুৱমহোৎসৱৰ
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
50
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
50
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

October 30, 2026
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

October 30, 2026
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d