উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত, বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা নিৰ্মাণৰ অনুমতি আম্বানীক
মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডক বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা সিদ্ধান্তক ...







