Gandhi Jayanti I গান্ধী জয়ন্তী উপলক্ষে ডিফুত কাৰবি আংলং লেখিকা সমাজৰ উদ্যোগত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে “মৈত্ৰী দিৱস” উদসৃযাপন
সমগ্ৰ দেশত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী(Gandhi Jayanti)পালন কৰা হৈ আছে ৷ এই উপলক্ষে আজি ডিফু ক্লাৱত কাৰবি ...







