ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Gandhi Jayanti I গান্ধী জয়ন্তী উপলক্ষে ডিফুত কাৰবি আংলং লেখিকা সমাজৰ উদ্যোগত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে “মৈত্ৰী দিৱস” উদসৃযাপন 

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
October 2, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

সমগ্ৰ দেশত জাতিৰ পিতা  মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জন্মজয়ন্তী(Gandhi Jayanti)পালন কৰা হৈ আছে ৷ এই উপলক্ষে আজি  ডিফু ক্লাৱত  কাৰবি আংলং জিলা লেখিকা সমাজৰ উদ্যোগত উদযাপন কৰা হয়  “মৈত্ৰী দিৱস” কাৰবি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু চহৰখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জ্যেষ্ঠ নাগৰিক আৰু লেখক-লেখিকা সকলৰ উপস্থিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই মৈত্ৰী দিৱস উদযাপন কৰা হয় ৷

গান্ধী জয়ন্তী
গান্ধী জয়ন্তী উপলক্ষে ডিফুত কাৰবি আংলং লেখিকা সমাজৰ উদ্যোগত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে “মৈত্ৰী দিৱস” উদসৃযাপন :

উক্ত অনুষ্ঠানৰ পূৰ্বে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰাতৃকৃতিত ধূপ-ধূনা, আৰু পুষ্পাঞ্জলীৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ ইয়াৰ লগতে এগচি বন্তি প্ৰজ্বলনেৰে বাপুজীৰ আত্মাৰ শান্তি কামনা কৰা হয় ৷ ইয়াৰ পিছত গীতা পাঠেৰে শুভাৰম্ভ কৰা হয় সৰ্ব ধৰ্ম প্ৰাৰ্থনা ৷ গীতা, ভাগৱত, কোৰাণ, বাইবেল, গ্ৰন্থ চাহেব আৰু জৈন বৌদ্ধ,  লখিমন আদি ধৰ্মৰ প্ৰাৰ্থনাৰে ডিফু ক্লাৱত এক ভক্তি ভৰা পৰিৱেশে বিৰাজ কৰে ৷

ইয়াৰোপৰি দিহানাম, জিকিৰ-জাৰি, আৰু বৰগীত পৰিৱেশনেৰেও উপস্থিত দৰ্শকক আপ্লুত কৰা হয় ৷ সংবাদ মাধ্যমৰ আগত কাৰবি আংলং লেখিকা সমাজৰ সভানেত্ৰী অৰূপা বেথেলে কয়যে, জাতি-বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ প্ৰচেষ্ঠাত আজিৰ মৈত্ৰী দিৱসৰ কাৰ্যসূচী সাফল্য মণ্ডিত হৈছে ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিনত সৰ্ব ধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীৰে শান্তি, প্ৰেম আৰু আনন্দৰ বতৰা দিয়া হৈছে ৷

প্ৰাৰ্থনাৰ জৰিয়তে সকলো কাৰ্যসূচী সম্পন্ন কৰিবলৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায় সভানেত্ৰী অৰুপা বেথেলে ৷ সৰ্ব ধৰ্মৰ প্ৰাৰ্থনাৰ অন্তত প্ৰাৰ্থনাত অংশ গ্ৰহন কৰা পাঠক সকলক বিশেষভাবে পহ’ আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰে কাৰবি আংলং লেখিকা সমাজে ৷

Tags: কাৰবি আংলং লেখিকা সমাজৰ উদ্যোগতগান্ধী জয়ন্তী উপলক্ষে ডিফুতসৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে "মৈত্ৰী দিৱস" উদসৃযাপন
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx