কাৰবি আংলঙত গ্ৰীণফিল্ড এয়াৰপৰ্ট নিৰ্মাণৰ স্বায়ত্তশাসিত পৰিষদৰ এক সঁজাতি দলে অসামৰিক পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্দিয়াক সাক্ষাৎ:
আজি কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এক সঁজাতি দলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য ...







