পাটনাৰ নিজে পঢ়া কলেজতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন নাড্ডা, বিজেপিৰ সভাপতিক উদ্দেশ্যি ‘গো বেক’ শ্লোগান:
বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই পাটনাৰ পুৰণি কলেজত প্ৰতিবাদৰ সন্মুখীন হʼবলগা হয়। তেওঁক কʼলা পতাকা দেখুওৱাৰ উপৰি আন্দোলনকাৰী মহাবিদ্যালয়ৰ ...







