বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ভূমি পূজন সম্পন্ন : নৱনিৰ্মিত পৰিদৰ্শন বঙলাৰ চৌহদত শ্বহীদ কমলা মিৰি স্মাৰক বেদীৰ উদ্বোধন
বোকাখাতত "সংহত হস্ততাঁত উদ্যান,কাজিৰঙা"ৰ আজি ভূমি পূজন সম্পন্ন। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙাত স্থাপন হ'বলগীয়া সংহত হস্ততাঁত উদ্যানৰ (Integrated Handloom ...
















