Chandrayaan-3 mission : মহাকাশত ইতিহাস ৰচিলে ভাৰতে! বিশ্বৰ প্রথম দেশ হিচাবে চন্দ্ৰৰ দক্ষিণ মেৰু জয়
জোনবাইৰ দেশত খোজ পেলালে ভাৰতে। চন্দ্ৰযান-৩ৰ অভিযান( Chandrayaan-3 mission)সফল কৰি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে লেণ্ডাৰ বিক্রমে। সৃষ্টি হ'ল নতুন ইতিহাস। ইছৰোৰ ...







