শুৱালকুছিৰ তিনি পাষণ্ড গ’ল জেললৈঃ নৱম শ্ৰেণীৰ ছাত্ৰীক বিবস্ত্ৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে কৰিছিল ধৰ্ষণঃ
শুৱালকুছিৰ কৈৱৰ্ত্ত পাৰাত তিনি যুৱকে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কৰা অশ্লীল কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব ...







