Nitish Kumar I বিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত, বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Nitish Kumar) পুত্ৰ নিশান্ত কুমাৰে বৃহস্পতিবাৰে ৰাজ্যত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে আন ...







