ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nitish Kumar I বিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত, বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ

Staff Reporter by Staff Reporter
May 8, 2026
Reading Time: 1 min read
A A
0
আজিয়েই যৱনিকা পৰিব নেকি বিজেপি-জেডিইউৰ মধুচন্দ্রিকাৰ? বিহাৰৰ ৰাজনীতিত নতুন মোৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Nitish Kumar) পুত্ৰ নিশান্ত কুমাৰে বৃহস্পতিবাৰে ৰাজ্যত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ লগতে আন ৩১জন মন্ত্ৰীয়ে বিজেপি-জেডিইউৰ মিত্ৰজোঁটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্রী সম্ৰাট চৌধুৰীৰ কেবিনেটত তেওঁক স্বাস্থ্যমন্ত্রীৰ দায়িত্ব দিয়া হৈছে৷

Nitish Kumar I
বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ:

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নিশান্তই কয়, “মই মোৰ পিতৃৰ নিৰ্দেশ অনুসৰি মাননীয় মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিম। জেডিইউৰ শীৰ্ষ নেতাসকলে মোৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থাক মই বজাই ৰাখিবলৈ চেষ্টা কৰিম। মই সম্পূৰ্ণ সততাৰে কাম কৰাৰ চেষ্টা কৰিম আৰু মোৰ পিতৃয়ে বিহাৰক যি উন্নয়নৰ পথ দেখুৱাইছে, সেই পথত আগবাঢ়ি যাম।”

যোৱা ৮ মাৰ্চত নিশান্তই আনুষ্ঠানিকভাৱে পিতৃ নীতিশৰ ৰাজনৈতিক দল জেডিইউত যোগদান কৰে।ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৫ এপ্ৰিলত বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে নীতিশে। তেতিয়াৰ পৰাই তেওঁ নিজৰ পুত্ৰ নিশান্তক দলৰ হৈ মন্ত্ৰিত্ব দিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে নিশান্তই পাটনা কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ বহুজাতিক কোম্পানীতো কাম কৰিছিল। কিন্তু মাৰ্চ মাহৰ আগলৈকে তেওঁ কেতিয়াও সক্ৰিয় ৰাজনীতিত যোগদান কৰিবলৈ কোনো উৎসাহ প্ৰকাশ কৰা নাছিল।

২৪৩ জনীয়া বিহাৰ বিধানসভাত ৮৯ জন বিধায়কৰে একক বৃহত্তম দলৰ মৰ্যাদা থকা বিজেপিৰ ১৫ গৰাকী মন্ত্ৰীয়ে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে।

সম্ৰাট মন্ত্ৰীসভাত আছে নীতিশৰ পুত্ৰ নিশান্তকে ধৰি জেডিইউৰ মুঠ ১৫জন মন্ত্ৰী। ইয়াৰে ১৩ জনে বৃহস্পতিবাৰে গান্ধী ময়দানত শপত গ্ৰহণ কৰে। যোৱা ১৫ এপ্ৰিলত সম্ৰাটৰ সৈতে বিজয় কুমাৰ চৌধুৰী আৰু বিজেন্দ্ৰ প্ৰসাদ যাদৱে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ইয়াৰ উপৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ নেতৃত্বত লোক জনশক্তি পাৰ্টীৰ সঞ্জয় কুমাৰ সিং আৰু সঞ্জয় কুমাৰ পাছৱানক পুনৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। আন এজন কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাৰ পুত্ৰ দীপক প্ৰকাশৰ নেতৃত্বত হিন্দুস্তানী আৱাম মৰ্চাৰ সন্তোষ কুমাৰ সুমনকো পুনৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।

Tags: বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰুবিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত৩১ গৰাকীৰ শপত গ্ৰহণ
Share4Tweet3Send

Related Posts

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

by News Desk
May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

by Staff Reporter
May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

by Staff Reporter
May 8, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

by Staff Reporter
May 8, 2026
50
Tamil Nadu political crisis I ডিএমকে-এডিএমকেয়ে চৰকাৰ গঠনৰ সুযোগ পালে ১০৭ বিধায়কে পদত্যাগ কৰিব, সকীয়নি বিজয়ৰ
National-International

Tamil Nadu political crisis I ডিএমকে-এডিএমকেয়ে চৰকাৰ গঠনৰ সুযোগ পালে ১০৭ বিধায়কে পদত্যাগ কৰিব, সকীয়নি বিজয়ৰ

by Staff Reporter
May 8, 2026
50
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

by News Desk
May 7, 2026
50
ADVERTISEMENT
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx