AI impact in India : ভাৰতত ২৬% চাকৰি খাব পাৰে কৃত্ৰিম বুদ্ধিমত্তাই, আই এম এফৰ তথ্যত প্ৰকাশ
সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) উত্থানে ইতিমধ্যে চাকৰিৰ বজাৰত প্ৰভাৱ (Influence at Job) পেলাবলৈ আৰম্ভ কৰিছে। বহুজাতিক কোম্পানীসমূহে কৰ্মচাৰীক চাকৰিৰ ...







