ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

নিউজ ডেস্কঃ

News Desk by News Desk
October 6, 2026
Reading Time: 1 min read
A A
0
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

RELATED POSTS

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

New Logo Smal 2 | ASSAM TIMES POST

পুৱা ৬ বজাৰে পৰা নয়ন ঘোষৰ ঘৰত চলিছে বৃহৎ অভিযান। জ্যোতিকুছিৰ বেবীলন এপাৰ্টমেণ্টৰ ১০১ নং ফ্লেটত চলিছে অভিযান। দীৰ্ঘদিন ধৰি A ব্লকৰ ১০১ নং ফ্লেটটোৰ ভাৰাতীয়া নয়ন ঘোষ। কোটি কোটি টকাৰ ভয়ংকৰ লেন-দেনৰ তথ্য লাভ EDৰ। নিষিদ্ধ বাৰ্মীজ চুপাৰীৰ (Betel Nut Mafia) সৰবৰাহৰ মাষ্টাৰ মাইণ্ড নয়ন ঘোষ (Nayan Ghosh)। ৰে’ল আৰু ট্ৰাকেৰে বাৰ্মীজ চুপাৰী সৰবৰাহ কৰে নয়নে। পূৰ্বে অসম আৰক্ষীয়ে দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল নয়ন ঘোষক। এবাৰ কাছাৰ আৰু আনবাৰ সৰুপথাৰ আক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ। চুপাৰীৰ লগতে ড্ৰাগছ আৰু পুষ্টদানা সৰবাৰাহৰো অভিযোগ। ৯ ঘন্টা ধৰি EDয়ে অভিযান চলালে নয়ন ঘোষৰ বাসগৃহত। ৰাজ্য চৰকাৰক টুপী পিন্ধাই দীৰ্ঘদিনে নয়নে চলাই গৈছিল চোৰাং কাৰবাৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BetelNutMafia
Share4Tweet3Send

Related Posts

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা
Assam

by News Desk
October 6, 2026
50
Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

by News Desk
October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

by News Desk
October 6, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

by News Desk
October 6, 2026
50
Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
51
ADVERTISEMENT
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d