Ban on medicine : জনস্বাস্থ্যৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য মন্ত্ৰালয়ৰ : পেৰাচিটামলকে ধৰি ১৬টা ঔষধৰ ওপৰত নিষেধাজ্ঞা
জনস্বাস্থ্যৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (Ministry of Health ...







