Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
শনিবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে ব্ৰিকছ সন্মিলন। ইয়াৰ পূৰ্বে শুকুৰবাৰে বিয়লিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে পাৰ্শ্বীয় বৈঠক অনুষ্ঠিত কৰে। ...







