ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 12, 2026
Reading Time: 1 min read
A A
0
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

RELATED POSTS

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

New Logo Smal 1 | ASSAM TIMES POST

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান। দিল্লীৰ মাটিত থিয় হৈ তেওঁ দুই শত্ৰু আমেৰিকা আৰু ইজৰাইলক সকীয়াই দিয়ে। তেওঁ কয় যে ইৰাণে কেতিয়াও কোনো ধৰণৰ ভাবুকিৰ আগত শিৰ নত নকৰে। ইয়াৰ সমান্তৰালকৈ পেজেস্কিয়ানে ভাৰতৰ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদো জ্ঞাপন কৰে।

শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ব্ৰিকছ সন্মিলন। ইয়াৰ পূৰ্বে শুকুৰবাৰে দিল্লীত উপস্থিত হয় ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী। মোদীৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত পেজেছকিয়ানে সন্ধিয়াৰ অনুষ্ঠানত ভাৰতীয় ধৰ্মগুৰু, বুদ্ধিজীৱী আৰু ব্যৱসায়ীসকলক সম্বোধন কৰে। তেওঁ কয়, “প্ৰথমে ভাৰত চৰকাৰ আৰু ইয়াৰ প্ৰধানমন্ত্ৰীক এই মহান আতিথ্যৰ বাবে মই প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰো। আমাৰ মাজত অতি ভাল আলোচনা হৈছিল। এই আলোচনাই সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তি, বাণিজ্য, অৰ্থনীতি আৰু অন্যান্য ক্ষেত্ৰত আমাৰ দুয়োখন দেশৰ মাজত সহযোগিতাৰ পথ আৰু অধিক প্ৰশস্ত কৰিব বুলি আশা কৰিছোঁ। আমি একেলগে সেইবোৰ পুনৰুজ্জীৱিত কৰিম।”

iran | ASSAM TIMES POST
ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান

আনহাতে, ভাৰতৰ ভূমিত থিয় হৈ পেজেস্কিয়ানে যুদ্ধৰ বাবে ইজৰাইল আৰু আমেৰিকাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে দুয়োখন দেশে ইৰাণক ভয় খুৱাবলৈ চেষ্টা চলাইছে। কিন্তু ইৰাণে কেতিয়াও শিৰ নত নকৰে, বৰঞ্চ বাৰে বাৰে মূৰ দাঙি থিয় হৈ থাকিব। তেওঁ কয়, “ইৰানে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে একেলগে থিয় দিবলৈ সক্ষম হৈছে। তেওঁলোকে আমাক দমন কৰিব বিচাৰে। কিন্তু আমি তেনেকুৱা হ’বলৈ নিদিওঁ। আমি কেতিয়াও তেওঁলোকৰ আগত নতিস্বীকাৰ নকৰোঁ। যদি আমাক হেঁচা দিয়া হয়, তেন্তে আমি তেওঁলোকৰ প্ৰতি উত্তৰ দিম।”

পেজেস্কিয়ানে লগতে কয়, “তেওঁলোকে নিজকে মানৱ অধিকাৰৰ সমৰ্থক বুলি দাবী কৰে। কিন্তু সত্যটো হ’ল, তেওঁলোক প্ৰকৃত সন্ত্ৰাসবাদী। কাৰণ, এটা মুহূৰ্ততে তেওঁলোকে নিজৰ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ১৬৮ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীক হত্যা কৰিছিল।” আমেৰিকান আৰু ইজৰাইলীক লক্ষ্য কৰি পেজেস্কিয়ানৰ বাৰ্তা আছিল, “আপোনালোকে নিৰ্বিচাৰে মানুহক হত্যা কৰে, বিজ্ঞানীক আক্ৰমণ কৰে, স্কুল-চিকিৎসালয় আক্ৰমণ কৰে আৰু আমাক সন্ত্ৰাসবাদী বুলি কয়? যদি আপোনালোকৰ সাহস আছে তেন্তে সেনাবাহিনীৰ সৈতে যুঁজ দিয়ক। কিয় সাধাৰণ মানুহক হত্যা কৰিছে? ইৰাণৰ জনসাধাৰণে আত্মসমৰ্পণ নকৰে। আমি মানৱতাক বিশ্বাস কৰোঁ। আমি বিশ্বাস কৰোঁ যে সকলো জীৱ, অৰ্থাৎ সকলো মানৱজাতিৰ সৰ্বত্ৰে সমান অধিকাৰ আছে।”

শুকুৰবাৰে পেজেস্কিয়ানৰ সৈতে হোৱা বৈঠকত পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত চৰকাৰৰ স্থিতিও স্পষ্ট কৰি দিয়ে মোদীয়ে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো সমস্যা সমাধানৰ আহ্বান জনায়। পশ্চিম এছিয়াত স্থায়ী শান্তি, স্থিতিশীলতা আৰু বাণিজ্যিক যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মোদীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

by News Desk
September 12, 2026
50
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা
National-International

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

by News Desk
September 12, 2026
50
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

by News Desk
September 11, 2026
54
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

by News Desk
September 11, 2026
51
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ
National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

by News Desk
September 11, 2026
52
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

by News Desk
September 11, 2026
52
ADVERTISEMENT
Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা
National-International

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

September 12, 2026
50
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ
National-International

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

September 12, 2026
50
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা
National-International

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

September 12, 2026
50
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

Modi Putin talks : মোদী-পুটিনৰ বৈঠকত শক্তিৰ বিষয়ে আলোচনা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পলৈ বাৰ্তা

September 12, 2026
US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

US Iran war : যদি সাহস আছে সেনাবাহিনীৰ লগত যুঁজ দিয়ক, সাধাৰণ নাগৰিকক হত্যা নকৰিব: ভাৰতৰ পৰা শত্ৰুক প্ৰত্যাহ্বান ইৰাণৰ ৰাষ্ট্ৰপতিৰ

September 12, 2026
BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

BRICS India 2026 : ভাৰতৰ সৈতে যিকোনো মতানৈক্য চীনে চম্ভালিব, জিনপিঙৰ আগমনৰ পূৰ্বে বেইজিঙৰ বাৰ্তা

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d