ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2026
Reading Time: 1 min read
A A
0
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

RELATED POSTS

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

New Logo Smal | ASSAM TIMES POST

দিল্লীস্থিত ছ’চিয়েল মিডিয়াৰ এগৰাকী ইনফ্লুৱেন্সাৰক ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দি বিহাৰৰ মুজাফ্ফৰপুৰত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিহাৰ সশস্ত্ৰ সীমাবলৰ এগৰাকী এএছআইৰ বিৰুদ্ধে। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে মুজাফ্ফৰপুৰৰ এখন হোটেলত এএছআইজনৰ সহকৰ্মীয়ে তেওঁক ধৰ্ষণ কৰাৰ পিছত ঘটনাৰ ভিডিঅ’ বনাই দেখুৱাই ব্লেকমেইল কৰি ২০ হাজাৰ টকা আদায় কৰে। লক্ষ্ণৌৰ আন দুগৰাকী ছোৱালীয়ে এএছআইজনৰ বিৰুদ্ধে অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ লগতে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

দিল্লীৰ যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এএছআই বিকাশ কুমাৰক লগ পোৱাৰ অভিযোগ উত্থাপন কৰে। সেই সময়ত এএছআইজনে প্ৰতিশ্ৰুতি দিছিল যে ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব। সেয়ে তেওঁক লগ কৰিবলৈও কোৱা হৈছিল। এএছআইজনৰ কথা বিশ্বাস কৰি যোৱা বছৰৰ ডিচেম্বৰ মাহত তেওঁ দিল্লীৰ পৰা বিহাৰলৈ গৈছিল। ষ্টেচন ৰোডৰ ওচৰৰ হোটেল এখনত তেওঁ আছিল।

delhi | ASSAM TIMES POST
ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

অভিযোগ অনুসৰি, এএছআইজনৰ এজন সহযোগী তালৈ আহি তেওঁক ধৰ্ষণ কৰে আৰু তেওঁ এই ঘটনাৰ ভিডিঅ’ বনায়। ইয়াৰ পিছতে ভিডিঅ’টো দেখুৱাই ব্লেকমেইল কৰাৰ লগতে ২০ হাজাৰ টকা আদায় কৰাৰ অভিযোগ। আনহাতে, লক্ষ্ণৌৰ দুগৰাকী যুৱতীয়ে এএছআই বিকাশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁক লগ পোৱাৰ অভিযোগ। তেতিয়াৰে পৰাই তেওঁ অহৰহ অশ্লীল বাৰ্তা প্ৰেৰণ কৰিবলৈ ধৰে। কেৱল সেয়াই নহয়, তেওঁলোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগো উত্থাপন হৈছে। তিনিগৰাকী যুৱতীয়ে এএছআই আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু সেই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও দাবী কৰে তিনিওগৰাকী যুৱতীয়ে।

মুজাফ্ফৰপুৰ আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ তদন্ত অব্যাহত আছে। তদুপৰি অভিযোগৰ তদন্তৰ বাবে এছএছবিয়ে তিনিজনীয়া এখন কমিটী গঠন কৰিছে। এছএছবি ছেক্টৰৰ মুখ্য কাৰ্যালয়ৰ ছেকেণ্ড-ইন-কমাণ্ড ৰাজনীশ কুমাৰ মৰালে কয় যে বাহিনীটোৱে নিজা উদ্যোগত অভিযোগৰ তদন্তৰ বাবে তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SocialMediainfluencerrape
Share4Tweet3Send

Related Posts

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

by News Desk
September 11, 2026
50
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ
National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

by News Desk
September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

by News Desk
September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

by News Desk
September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

by News Desk
September 11, 2026
50
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

by News Desk
September 10, 2026
52
ADVERTISEMENT
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

September 11, 2026
50
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026
50
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

September 11, 2026
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d