ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2026
Reading Time: 1 min read
A A
0
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

RELATED POSTS

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

New Logo Smal | ASSAM TIMES POST

ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন ডিজিটেল প্লেটফৰ্মত শিশু সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে শিশুৰ যৌন শোষণ সম্পৰ্কীয় এক গোচৰত কেন্দ্ৰীয় চৰকাৰকে ধৰি সকলো পক্ষকে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। অনলাইনত শিশুৰ বাবে অধিক শক্তিশালী সুৰক্ষা ব্যৱস্থাৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

‘জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন এলায়েন্স’ নামৰ এটা সংস্থাই দাখিল কৰা আবেদনত ছ’চিয়েল মিডিয়া আৰু অন্যান্য ডিজিটেল সেৱা ব্যৱহাৰ কৰাৰ সময়ত নাবালকৰ সঠিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা বিচাৰিছে। তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া এথিক্স কোড) আইন, ২০২১ত প্ৰয়োজনীয় সংশোধনীৰ বাবে নিৰ্দিষ্ট নিৰ্দেশনা প্ৰণয়নৰ দাবী জনোৱাৰ লগতে ১৮ বছৰৰ তলৰ নাবালকসকলে যাতে পিতৃ-মাতৃ বা আইনী অভিভাৱকৰ সন্মতি অবিহনে কোনো ডিজিটেল প্লেটফৰ্মৰ সৈতে চুক্তিবদ্ধ হ’ব নোৱাৰে তাৰ বাবেও অনুৰোধ জনোৱা হৈছে।

sc 1 | ASSAM TIMES POST
অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ

আবেদনকাৰীয়ে যুক্তি আগবঢ়ায় যে এই প্ৰকাৰৰ ডিজিটেল সেৱাৰ লগত বিভিন্ন বিপদ জড়িত হৈ আছে। য’ত এনে জড়িত থকাৰ প্ৰয়োজন হয়, তেনে ক্ষেত্ৰত অভিভাৱক বা আইনী অভিভাৱকৰ পৰিচয় পৰীক্ষণ বা ই-কেৱাইচি কৰিবলৈ দাবী জনোৱা হৈছে। আবেদনখনত শিশুৰ ডিজিটেল প্লেটফৰ্মত স্বতন্ত্ৰভাৱে প্ৰৱেশৰ সৈতে জড়িত কেইবাটাও বিপদৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ উদাহৰণ হ’ল অনলাইন গ্ৰুমিং, যৌন শোষণ, সৰবৰাহৰ, চাইবাৰ বুলিং, আচৰণৰ প্ৰফাইলিং, ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ আৰু অনুপযুক্ত বিষয়বস্তুৰ সন্মুখীন হোৱা।

উল্লেখ্য যে কিছু মাহ পূৰ্বে জেপ ফাউণ্ডেশ্যন নামৰ এটা সংস্থাই নিৰাপত্তাজনিত কাৰণত ১৩ বছৰৰ তলৰ শিশুৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। আবেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে শিশুৰ বাবে বিপদৰ সৃষ্টি কৰিছে। ফলত শিশুৰ শৰীৰ আৰু মনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। অতি কম বয়সতে বিভিন্ন মানসিক সমস্যাৰ উন্মেষ ঘটিছে। কিন্তু সেই সময়ত ন্যায়াধীশ বি আৰ গভাই আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিৰ বিচাৰপীঠে কয় যে বিষয়টো নীতিগত বিষয়, গতিকে উচ্চতম ন্যায়ালয়ে ইয়াত হস্তক্ষেপ নকৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

by News Desk
September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

by News Desk
September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

by News Desk
September 11, 2026
50
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

by News Desk
September 10, 2026
52
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

by News Desk
September 10, 2026
55
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

by News Desk
September 10, 2026
51
ADVERTISEMENT
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
50
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ
National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

September 11, 2026
50
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d