ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2026
Reading Time: 1 min read
A A
0
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

RELATED POSTS

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

New Logo Smal | ASSAM TIMES POST

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা কৰা হয়। অৱধাৰিতভাৱেই প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰশাসনীয় পদৰ পৰা কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিজেপিত যোগদান কৰা নগাঁও জিলাৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই । শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ পৰা দেৱাশীষ শৰ্মাৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে ৷ উল্লেখ্য যে যোৱা ৮ ছেপ্টেম্বৰত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া দেৱাশীষ শৰ্মাই বিজেপিত যোগদান কৰিছিল৷ ইয়াৰ পিছতেই চৰ্চা চলি আছিল যে আগন্তুক নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব দেৱাশীষ শৰ্মা৷

dc | ASSAM TIMES POST
নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

উল্লেখ্য যে ইতিমধ্যে ঘোষণা কৰা হৈছে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ দিন। ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন হৈছে ১৬ ছেপ্টেম্বৰ। আনহাতে, ভোটদান হ’ব ৬ অক্টোবৰত ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NagaonByeElection
Share4Tweet3Send

Related Posts

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

by News Desk
September 10, 2026
56
Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala
Assam

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

by News Desk
September 10, 2026
52
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

by News Desk
September 10, 2026
56
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

by News Desk
September 10, 2026
55
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

53
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

September 8, 2026
52
ADVERTISEMENT
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
50
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ
National-International

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

September 11, 2026
50
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Nagaon Bye Election : প্ৰতীক্ষাৰ অন্ত, নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হ’ব দেৱাশীষ শৰ্মা

September 11, 2026
Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

Supreme Court : অনলাইন শিশু যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ, মতামত বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d