PM Modi : ইৰাণ সংঘাত : সংযুক্ত আৰব আমিৰশ্বাহীৰ পাছত ছৌদি যুৱৰাজ আৰু বাহৰেইনৰ ৰজাৰ সৈতে ফোনযোগে বাৰ্তালাপ মোদীৰ
ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে পশ্চিম-এছিয়াত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ফলত অঞ্চলটোত কৰ্মৰত লাখ লাখ ভাৰতীয় নাগৰিকৰ সুৰক্ষাক লৈ ...







