Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কোনো দ্বিচাৰিতা অৰ্থাৎ দুমুখীয়া নীতি থাকিব নালাগে। তাজিকিস্তানৰ দুশ্বানবেত অনুষ্ঠিত এছচিঅ’ শীৰ্ষ সন্মিলনৰ (SCO summit) ...







