Sheikh Hasina on US : বাংলাদেশৰ অশান্তিৰ কাৰণ আমেৰিকাৰ ষড়যন্ত্ৰ, মৌনতা ভংগ কৰি হাছিনাৰ মন্তব্য
বাংলাদেশৰ ৰাজনৈতিক সংকট (Political crisis in Bangladesh)ৰ বাবে আমেৰিকাক দোষী সাব্যস্ত (America convicted) কৰিছে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)ই। ...







