ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina on US : বাংলাদেশৰ অশান্তিৰ কাৰণ আমেৰিকাৰ ষড়যন্ত্ৰ, মৌনতা ভংগ কৰি হাছিনাৰ মন্তব্য

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2024
Reading Time: 1 min read
A A
0
Sheikh Hasina on US : বাংলাদেশৰ অশান্তিৰ কাৰণ আমেৰিকাৰ ষড়যন্ত্ৰ, মৌনতা ভংগ কৰি হাছিনাৰ মন্তব্য

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

বাংলাদেশৰ ৰাজনৈতিক সংকট (Political crisis in Bangladesh)ৰ বাবে আমেৰিকাক দোষী সাব্যস্ত (America convicted) কৰিছে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)ই। আমেৰিকাৰ ষড়যন্ত্ৰতে আৱামি লীগক চৰকাৰৰ পৰা উৎখাত কৰাৰ অভিযোগ হাছিনাৰ। ভাৰতত উপস্থিত হোৱাৰ ৬ দিন পাছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ মৌনতা ভংগ কৰে। প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামি লীগৰ নেতা-কৰ্মী আৰু দেশবাসীক বাৰ্তা প্ৰদান কৰে।

বাংলাদেশৰ দক্ষিণৰ প্ৰবাল দ্বীপ ছেইণ্ট মাৰ্টিন আমেৰিকাক গতাই নিদিয়াৰ বাবেই ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰে শ্বেখ হাছিনাই। ছেইণ্ট মাৰ্টিন আৰু বংগোপসাগৰ ত্যাগ কৰিলে তেওঁক পদচ্যুত কৰা নহ’লহেঁতেন বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি আমেৰিকাৰ সৈতে শ্বেখ হাছিনাৰ চৰকাৰৰ মাজত বিবাদ চলি আহিছে।

সংসদীয় নির্বাচনৰ পূর্বেও হাছিনাই এই বিষয়ত মুকলিকৈ উল্লেখ কৰিছিল৷ আনহাতে, ভাৰতলৈ অহাৰ পিছত আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰে। তেওঁ নিজৰ মৌনতা ভংগ কৰি দেশৰ অশান্তিৰ বাবে আমেৰিকাক দোষাৰোপ কৰে।

hasina 2 | ASSAM TIMES POST
বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে আমেৰিকাক দোষী সাব্যস্ত কৰিছে শ্বেখ হাছিনাই

দেশ এৰি যোৱাৰ পূৰ্বে শ্বেখ হাছিনাই ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া বক্তব্য ৰেকৰ্ডিং কৰাৰো সুযোগ লাভ নকৰিলে। কিন্তু এইবাৰ তেওঁ এক বিবৃতিত কয়, “মই পদত্যাগ কৰিছোঁ যাতে দেশত আৰু মৃত্যু সমদল নহয়। বি এন পিয়ে ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ওপৰত নিৰ্ভৰ কৰি ক্ষমতা দখল কৰিব বিচাৰিছে। ছেইণ্ট মাৰ্টিন দ্বীপ এৰি দিয়া হ’লে আজিও মই ক্ষমতাত থাকিলোঁহেঁতেন। মই দেশত থকা হ’লে হয়তো আৰু অধিক প্ৰাণ হেৰুৱালেহেঁতেন। আৰু ধন-সম্পত্তিৰ অপচয় হ’ব। মই তেনেকুৱা বিচৰা নাছিলোঁ। সেয়ে মই পদত্যাগ কৰিলোঁ।”

আৱামি লীগৰ নেতা-কৰ্মীসকলক সম্বোধন কৰি হাছিনাই লগতে লিখিছে, “ভগৱানে ইচ্ছা কৰিলে মই সোনকালে দেশলৈ উভতি যাম। পৰাজয় মোৰ যদিও বাংলাদেশৰ জনসাধাৰণ জয়ী হৈছে। মোৰ যিসকল কৰ্মী তাত আছে তেওঁলোকে মনোবল নেহেৰুৱাব। আৱামি লীগে বাৰে বাৰে তেওঁলোকৰ পক্ষত থিয় দিছে। পুনৰ থিয় দিব।”

লগতে কোটা সংস্কাৰ কৰ্মীসকলক লৈ তেওঁৰ বক্তব্য, “মই বাংলাদেশৰ যুৱ ছাত্ৰ-ছাত্ৰীসকলক পুনৰ ক’ব বিচাৰো যে মই আপোনালোকক কেতিয়াও অপমান কৰা নাই। বৰঞ্চ মোৰ কথাবোৰ উত্তেজিত কৰিবলৈ বিকৃত কৰা হৈছে। সেইদিনাৰ সম্পূৰ্ণ ভিডিঅ’টো চাব। ষড়যন্ত্ৰকাৰীয়ে আপোনালোকৰ সৰলতাৰ সুযোগ লৈ দেশখন অস্থিৰ কৰিবলৈ আপোনালোকক ব্যৱহাৰ কৰিছে।”

Tags: SheikhHasinaonUSশ্বেখহাছিনা
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

ADVERTISEMENT
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT