গুৱাহাটীত সমাজ কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি অঙ্গনবাড়ী কর্মী-সহায়িকাৰ বিক্ষোভ
ষ্টাফ ৰিপ'ৰ্টাৰ প্ৰাপ্য দাবীত অঙ্গনবাড়ীৰ কর্মীৰ সহায়িকা সন্থাৰ গুৱাহাটীত প্ৰতিবাদ। উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয় কাৰ্যালয় সন্মুখত সাব্যস্ত কৰে বিক্ষোভ...
















