ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Election | কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, যুৱ প্ৰজন্মক ভোট দিবলৈ আহ্বান মোডীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 10, 2023
Reading Time: 1 min read
A A
0
Karnataka Election |  কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, যুৱ প্ৰজন্মক ভোট দিবলৈ আহ্বান মোডীৰ

RELATED POSTS

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

কৰ্ণাটকত চলি আছে বিধানসভা নিৰ্বাচনৰ (Karnataka Election)  ভোটগ্ৰহণ। বুধবাৰ পুৱাৰে পৰা কৰ্ণাটকৰ ২২৪টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে। সন্ধিয়া ৬ বজালৈ চলিব। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) টুইট কৰি যুৱ প্ৰজন্ম আৰু নতুন ভোটাৰক ভোট দিবলৈ অনুৰোধ জনায়।

Karnataka Election
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ইফালে পুৱাৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখা গৈছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ৫ কোটি ৩০ লাখ। ইয়াৰে ভিতৰত নতুন ভোটাৰৰ সংখ্যা হৈছে ১১ লাখ ৭১ হাজাৰ। পুৰুষ ভোটাৰৰ সংখ্যা ২ কোটি ৬৬ লাখ। আৰু মহিলা ভোটাৰৰ সংখ্যা ২ কোটি ৬২ লাখ।

Urging the people of Karnataka, particularly young and first time voters to vote in large numbers and enrich the festival of democracy.

— Narendra Modi (@narendramodi) May 10, 2023

ইতিমধ্যে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিউৰাপ্পাই (B.S Yediyurappa)  ভোটদান কৰিছে। ভোটদানৰ অন্তত তেওঁ কয়, “মই নিশ্চিত যে মানুহে বিজেপিক ভোট দিব। ১৩০ৰ পৰা ১৩৫খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিবলৈ গৈ আছে বিজেপিয়ে।” ইফালে কৰ্ণাটকৰ জনসাধাৰণক পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পুৱা ইনফোছিছৰ চিইঅʼ নাৰায়ণ মূৰ্তি আৰু তেওঁৰ পত্নীয়েও ভোটদান কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ভোটদান কৰে।

ইফালে অভিনেতা প্ৰকাশ ৰাজে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনায়। কংগ্ৰেছ নেতা ছিদ্দাৰমাইয়াইও পুৱা ভোটদান কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যবাসীক ভোট দিবলৈ আহ্বান জনায়। উল্লেখ্য, ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৪খন আসন লাভ কৰিছিল। কংগ্ৰেছে ৮০খন আসন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ জেডি(এছ)ৰ ৩৭খন আসন।

কংগ্ৰেছৰ সৈতে নিৰ্বাচনৰ পিছত মিত্ৰতা কৰি মুখ্যমন্ত্ৰী হৈছিল দেৱেগৌড়া-পুত্ৰ কুমাৰস্বামী। কিন্তু ২০১৯ চনৰ জুলাই মাহত দুয়োটা দলৰ পৰা ডেৰ ডজনৰো অধিক বিধায়কক অপসাৰণ কৰি বিজেপিয়ে ক্ষমতা দখল কৰিছিল। এইবাৰো পুনৰ কৰ্ণাটকত ত্ৰিকোণ যুঁজ দেখা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Karnataka Election
Share4Tweet3Send

Related Posts

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

by News Desk
October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
51
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
51
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
51
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
51
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
52
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
51
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
51
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d