ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Sri Sri Madhavadeva Kalakshetra I লখিমপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 10, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ (Second anniversary of government) দিনটোতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma) লখিমপুৰৰ নাৰায়ণপুৰত (Narayanpur in Lakhimpur) প্ৰতিষ্ঠিত শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ (Sri Sri Madhavadeva Kalakshetra) ৰাইজৰ বাবে মুকলি কৰে। ৪৪.৮৬ বিঘাৰ ক্ষেত্ৰ পৰিসৰত ৫৩.৫৬ কোটি টকা ব্যয়েৰে শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে।

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত সংগ্রহালয়, অতিথিশালা, ৭০০খন আসন ক্ষমতাসম্পন্ন প্ৰেক্ষাগৃহ, দক্ষিণ হাটীত ভকতগৃহ, নামঘৰ আৰু আতা গৃহ, কাৰ্যালয়, নিৰাপত্তাৰক্ষীৰ কাৰ্যালয়, পশ্চিম হাটীত সংগ্ৰহালয়, চৌহদৰ লগতে জলাশয়ৰ উন্নীতকৰণ, পাৰ্কিঙৰ সু-ব্যৱস্থা, চিচি টিভিৰ জৰিয়তে সুৰক্ষাৰ ব্যৱস্থা, সমগ্ৰ চৌহদত সংগীতৰ ব্যৱস্থা, শিশু উদ্যান, পাণ্ডুলিপি ভৱনৰ উন্নীতকৰণ, জলপান গৃহ, মুকলি প্ৰেক্ষাগৃহ আৰু প্ৰসাধন কক্ষ, কলাকৃষ্টি কেন্দ্র, মণিকূট আৰু সত্ৰাধিকাৰৰ বাসভৱনৰ উন্নীতকৰণ আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 মাধৱদেৱ কলাক্ষেত্ৰ
লখিমপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ:

আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্তৰ উপৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু পদাধিকাৰসকলৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীদ্বয় অতুল বৰা আৰু বিমল বড়া, সাংসদদ্বয় প্ৰদান বৰুৱা আৰু পল্লৱলোচন দাস, বিধায়কসকল ক্ৰমে নৱ দলে, মানৱ ডেকা আৰু ড° অমিয় কুমাৰ ভূঞাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Tags: Madhavadeva KalakshetraNarayanpurনাৰায়ণপুৰমাধৱদেৱ কলাক্ষেত্ৰ
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx