ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin Seized I বকলীয়াঘাটত ১২ কোটি টকা মূল্যৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 19, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

অবৈধ ড্ৰাগছৰ(Drugs) বিৰুদ্ধে অসম আৰক্ষীয়ে আজি লাভ কৰিছে এক বৃহৎ সফলতা৷ প্ৰাপ্ত খবৰ অনুসৰি আজি এটা গোপন তথ্যৰ ভিত্তিত কাৰবি আংলং (Karbi Anglong) জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এছডিপিঅ’ বোকাজানৰ নেতৃত্বত আৰু বকলীয়ঘাট থানা (Bokoliaghat Police station)ৰ অ’চি আৰু থানা ষ্টাফৰ সহযোগত এখন নাকা স্থাপন স্থাপন কৰা হয়৷

হেৰ'ইনসহ দুটা সৰবৰাহকাৰী আটক
বকলীয়াঘাটত ১২ কোটি টকা মূল্যৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক:

তালাচী কালত পঞ্জীয়ন নম্বৰ বিহীন এখন ছয়চকীয়া ট্ৰাকৰ পৰা ১.৭ কিলোগ্ৰাম ওজনৰ হেৰ’ইনৰ ১৩৬টা চাবোনৰ বাকচ উদ্ধাৰ (136 boxes of heroin recovered) কৰা হয় অভিযানকাৰী দলটোৱে ৷এই সন্দৰ্ভত দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ 

bokoliap2 | ASSAM TIMES POST

ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, কাছাৰ জিলাৰ কাতিগৰা থানা এলেকাৰ গৰাগেম গাঁৱৰ আব্দুল ওৱাহাবৰ পুত্ৰ জালাল উদ্দিন (৪২) আৰু কৰিমগঞ্জ জিলীক বদৰপুৰ থানা এলেকাৰ মিৰছাপুৰ নিৱাসী ইক্ৰাম উদ্দিনৰ পুত্ক কহাৰ আহমেদ (২০)৷অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BOKOLIAGHATheroin recoveredবকলীয়াঘাটহেৰ'ইন উদ্ধাৰ
Share6Tweet4Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
50
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
50
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026
50
Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়
National-International

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

October 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

October 7, 2026
Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d