ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Rohini Case I ৰাজহুৱা স্থানত প্ৰেমিকাক ২০ বাৰ ছুৰীকাঘাত, মূৰ থেতেলিয়াই হত্যা! গ্ৰেপ্তাৰ প্ৰেমিক যুৱক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 30, 2023
Reading Time: 1 min read
A A
0
Delhi Rohini Case I ৰাজহুৱা স্থানত প্ৰেমিকাক ২০ বাৰ ছুৰীকাঘাত, মূৰ থেতেলিয়াই হত্যা! গ্ৰেপ্তাৰ প্ৰেমিক যুৱক

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

দিল্লীৰ (Delhi) ৰাজপথত বৰ্বৰতা। ৰাজহুৱা স্থানত কিশোৰী প্ৰেমিকাক
হত্যা প্ৰেমিক যুৱকৰ। কিন্তু আচৰিত কথা, ৰাস্তাৰ কাষত সেই দৃশ্য বহুতে প্রত্যক্ষ কৰিছিল। কিন্তু যুৱকজনক বাধা দিবলৈ কোনেও আগবাঢ়ি নাহিল। ঘটনাটো চিচিটিভিৰ ফুটেজত (CCTV Footage) ধৰা পৰে।

Delhi Rohini Case
Delhi Teen Stabbed 22 Times; Boyfriend Arrested:

দিল্লীৰ ৰোহিনী (Rohini) অঞ্চলত সংঘটিত হয় এই ঘটনা। বস্তি এলেকাৰ কাষৰ এটা ৰাস্তাৰে পাৰ হৈ গৈ আছিল ১৬ বছৰীয়া কিশোৰীগৰাকী (16yrs old girl)। সেই সময়ত যুৱকজনে তেওঁক আক্ৰমণ কৰে। জানিব পৰা মতে, যুৱকজনৰ লগত ছোৱালীজনীৰ প্ৰেমৰ সম্পৰ্ক আছিল। অভিযুক্তৰ নাম চাহিল।

আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকীক তেওঁৰ ঘৰৰ সমীপতে হত্যা কৰা হৈছে। জন্মদিনৰ পাৰ্টি এটালৈ গৈ আছিল তেওঁ। সেই সময়ত প্ৰেমিকজনে আহি তেওঁক ছুৰীৰে আঘাত কৰে। ঘটনাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হৈছে।

চিচিটিভিৰ ফুটেজত যুৱকজনে এটাৰ পিছত এটাকৈ ছোৱালীজনীক নৃশংসভাৱে প্ৰহাৰ কৰা দেখা গৈছে। এটা সময়ত চোকা ছুৰীৰে বাৰম্বাৰ আঘাত কৰে। তাৰ পিছতো যুৱকজন ক্ষান্ত নহ’ল। চিমেণ্টৰ ডাঙৰ ফলক এখনেৰে ছোৱালীজনীৰ মূৰটো ভাঙি পেলায়। কিন্তু আচৰিত কথা এই ঘটনাৰ সময়ত তাত বহু লোক আছিল। কিন্তু কোনোৱেই যুৱকজনক বাধা নিদিলে। বৰঞ্চ কাষেৰে পাৰ হৈ যায়।

ইয়াৰ পিছতে সোমবাৰে উত্তৰ প্ৰদেশৰ পৰা চাহিলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তদন্তকাৰীৰ সন্মুখত তেওঁ হত্যাকাণ্ড, হত্যাৰ কাৰণ, পৰিকল্পনাৰ বিষয়ে স্পষ্টকৈ কয়।
আৰক্ষীয়ে দাবী কৰিছে যে চাহিলে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। লগতে তেওঁ কয় যে হত্যাকাণ্ডৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই। কিন্তু কিয় ইমান নিৰ্মমভাৱে প্ৰেমিকক হত্যা কৰিলে? চাহিলে কয় যে ছোৱালীজনীয়ে বিচ্ছেদৰ কথা কৈছিল। সেই খঙৰ বাবেই তেওঁ হত্যা কৰিলে।

চাহিলৰ প্ৰেমিকাৰ বয়স ১৬ বছৰ। ২০২১ চনৰ পৰা ইজনে সিজনৰ লগত সম্পৰ্কত আছিল। চাহিলে দাবী কৰে যে শেহতীয়াকৈ ছোৱালীজনীয়ে সম্পৰ্ক ভংগ কৰাৰ কথা কৈছিল। কেৱল সেয়াই নহয়, চাহিলে সন্দেহ কৰে যে তেওঁ আকৌ পুৰণি প্ৰেমিকৰ ওচৰলৈ উভতি গৈছে।

কিশোৰীগৰাকীৰ হাতত উদ্ধাৰ হৈছে ‘প্ৰবীণ’ নামৰ টেটু। তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতেও সংস্পৰ্শত আছিল। ভাবুকি দিলে চাহিলক, ওচৰ চাপিবলৈ চেষ্টা কৰিলে আৰক্ষীক খবৰ দিব। আনকি আৰক্ষীয়ে জনোৱা মতে, চাহিলক কিছুদিন পূৰ্বে তেওঁৰ প্ৰেমিকাই ভুৱা পিষ্টলেৰে ভাবুকি দিছিল।

আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত গোচৰ ৰুজু কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: delhi
Share4Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
51
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
51
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d