ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Firing incident Assam-Arunachal Pradesh border I অসম-অৰুণাচল সীমান্তত চাঞ্চল্য : দুবৃত্তৰ গুলীত নিহত অসমীয়া লোক ২ জন, আঘাতপ্ৰাপ্ত ২ জন

বিশেষ প্ৰতিবেদনঃ

News Desk by News Desk
June 5, 2023
Reading Time: 1 min read
A A
0
Firing incident  Assam-Arunachal Pradesh border I অসম-অৰুণাচল সীমান্তত চাঞ্চল্য : দুবৃত্তৰ গুলীত নিহত অসমীয়া লোক ২ জন, আঘাতপ্ৰাপ্ত ২ জন

RELATED POSTS

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

আজি ধেমাজিৰ পাণবাৰীত (Panbari of Dhemaji) অৰুণাচলী দুবৃত্তৰ গুলীত দুগৰাকী অসমীয়া লোক ক্ৰমে বগা চুতীয়া আৰু মণ্টু গগৈ নিহত (Two Assamese killed in arunachal miscreants) হয়। আনহাতে আন দুগৰাকী লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত (Two seriously injured) হয়। অসম-অৰুণাচল সীমান্তত সংঘটিত এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

  Assam-Arunachal Pradesh border
Firing incident Assam-Arunachal Pradesh border:

উক্ত ঘটনা সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ এই আক্ৰমণক মাটিৰ লোভত কৰা আক্ৰমণ বুলি মন্তব্য কৰে। লগতে, এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰাৰ পিছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয় যে, বৰ্তমানলৈকে অসম-অৰুণাচলৰ সীমা বিবাদৰ নিষ্পত্তি হোৱা নাই।

ইয়াৰ সমান্তৰালকৈ, ৰাজ্যৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে এই বিষয়ত টুইট কৰে আৰু গৰিহণা দিয়ে। উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণৰ বাবে বহু বৈঠক অনুষ্ঠিত হোৱাৰ উপৰিও সমিতিও গঠন কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: arunachal miscreantsPanbariঅৰুণাচলী দুবৃত্তপাণবাৰী
Share4Tweet3Send

Related Posts

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

by News Desk
September 16, 2026
58
Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

by News Desk
September 15, 2026
52
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
60
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
54
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
ADVERTISEMENT
Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন
National-International

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
50
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ
National-International

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
50
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 
National-International

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026
50
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

September 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

Maoist sentenced hang : ঝিৰামঘাটী আক্ৰমণত ১০ মাওবাদীক মৃত্যুদণ্ডৰ শাস্তি, ১৩ বছৰ পূৰ্বে মৃত্যু হৈছিল কংগ্ৰেছ নেতাসহ ২৭ জন

September 17, 2026
India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

India Pak conflict : বেইজিং-ইছলামাবাদ সীমান্ত আয়োগৰ বিৰোধিতা ভাৰতৰ

September 17, 2026
BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

BRICS 20226 : ব্ৰিকছত আহি ষ্ট্ৰোকত আক্ৰান্ত ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও অসুস্থ; দিল্লীয়ে কি কয় 

September 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d