ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Gautam Terang’s funeral I ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ গৌতম তেৰাঙৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 8, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে বৌদ্ধিক প্ৰথাৰে সম্পন্ন হৈছে ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ গৌতম তেৰাঙৰ অন্তেষ্টিক্ৰিয়া (Gautam Terang’s funeral) ৷ ডিফু নগৰ সমিতি বৰ্তমান ডিফু পৌৰ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি গৌতম টেৰাঙে ৬৪ বছৰ বয়সত মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (Cardiac arrest) হৈ ডিফু চিকিৎসা মহাবিদ্যালয় আৰৱ এ হাস্পাতালত শেষ নিশ্বাস ত্যাগ (Exhale the last) কৰে। 

 প্ৰাক্তন অধ্যক্ষ গৌতম তেৰাঙৰ অন্তেষ্টিক্ৰিয়া
ডিফু নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ গৌতম তেৰাঙৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন:

আজি ডিফু ৰাজহুৱা শ্মশান ঘাটত অনুষ্ঠিত হোৱা অন্তেষ্টিক্ৰিয়াত ডিফু বিধান সভাৰ বিধায়ক বিদ্যাছিং ইংলেঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ জ্যেষ্ঠ ইএম মঙলছিং তিমুঙ, কাৰবি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ, জেচিচিপিএৰ আহ্বায়ক খৰছিং টেৰণ লগতে অজস্ৰ গুণমুগ্ধ আৰু শুভাকাংখী সকলে প্ৰয়াত গৌতম তেৰাঙক অন্তিম শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

উল্লেখযোগ্যযে, প্ৰয়াত গৌতম তেৰাঙ প্ৰয়াত ছইছ’ই তেৰাং নিৰোলা টিচ’পীৰ পুত্ৰ আছিল ৷ প্ৰয়াত গৌতম তেৰাঙে পত্নী, প্ৰাক্তন অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া জয়শ্ৰী দাওলাগুপুৰ লগতে পুত্ৰ-কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে । প্ৰয়াত তেৰাঙ এগৰাকী এগৰাকী বিশিষ্ট ক্ৰীড়া যংগঠকৰ লগতে ৰাজনীতিৰ লগত ওতঃপ্ৰোত ভাবে জড়িত থকাৰ বাবে বহু ক্ৰীড়া প্ৰেমী বিভিন্ন ৰাজনৈতিক দললৰ নেতা-কৰ্মী য়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷

পৰিয়ালৰ সূত্ৰই জনোৱা মতে, প্ৰয়াত তেৰাঙে শ্বিলঙৰ ছেইণ্ট এডমাণ্ডত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পিছত ডিমাপুৰৰ এখন স্কুলত দশম শ্ৰেণীত যোগদান কৰে ৷ তাৰ পিছচত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে ৷ ১৯৯২ চনত গঠন হোৱা এভাৰেষ্ট ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আৰু পৰিচালন সঞ্চালক হিচাপে থকা প্ৰয়াত তেৰাং বৃহত্তৰ ডিফু ক্ৰীড়া সন্থাৰ সভাপতিও আছিল।

deiphp3 1 | ASSAM TIMES POST

প্ৰয়াত তেৰাং আছিল সংগীতপ্ৰেমী। তেওঁ আৰু তেওঁৰ সহযোগীসকলে “ৱাৰহেড” নামৰ এটা বেণ্ড গঠন কৰিছিল ৷ প্ৰয়াত তেৰাঙৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ বাবে আজি পুৱাৰ পৰা দুপৰীয়া ১২ বজালৈ ডিফু চহৰ অৰ্ধ বন্ধ ঘোষণা কৰে গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: funeralGautam Terangঅন্তেষ্টিক্ৰিয়াগৌতম তেৰাঙ
Share11Tweet7Send

Related Posts

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
ADVERTISEMENT
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d