ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Evacuation I লাহৰিজানৰ দুদু ক’লনি আৰু খানবস্তিৰ উচ্ছেদস্থলী পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ

নিউজ ডেস্কঃ ডিফু :

News Desk by News Desk
June 9, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

আজি বিয়লি অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan)ৰ দুদু ক’লনি আৰু খানবস্তিৰ উচ্ছেদস্থলী পৰিদৰ্শন (Dudu Colony and Khanbasti visit the evacuation sites) কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰঙহাং (Dr.Tuliram Ranghang), বিধায়ক দৰচিং ৰংহাং আৰু ৰাজহ বিভাগৰ ইএম অমৰচিং তিচৱে৷ পৰিদৰ্শনৰ কালত চিইএম তুলিৰাম ৰংহাঙ নেতৃত্বাধীন দলটোক সংগ দিয়ে বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰহ্ম আৰু মহকুমা আৰক্ষী বিষয়া জন দাসে৷ তুলিৰাম ৰংহাঙে স্থানীয় বাসিন্দাসকলৰ সৈতেও সীমান্ত এলেকা সন্দৰ্ভত মত-বিনিময় কৰে৷

karbip2 | ASSAM TIMES POST
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ স্বাৰ্থত প্ৰাকৃতিক বাউণ্ডেৰী অনুসৰি বাউণ্ডেৰী ৱাল নিৰ্মান কৰা হ’ব ৷ অসম-নাগালেণ্ড সীমান্তৰ কাৰবি আংলঙৰ ভৌগলিক সীমাৰ ভিতৰত যিসকল বেদখলকাৰীয়ে কাৰবি আংলঙৰ ভূমি বেদখল কৰিছে সেইসকলে উক্ত ভূমি এৰিবলৈ বাধ্য হ’ব লাগিব৷

আনহাতে যিসকল লোকে উক্ত এলেকাত ভূমিৰ পট্টা আছে বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে, তেওঁলোকৰ ভূমি যদিহে সেই ঠাইত আছে, সেই সকলে কাৰবি আংলঙৰ বাউণ্ডেৰীত ভূমি অধিকাৰ পাব৷ উচ্চতম ন্যায়ালয়ে পট্টা থকা লোকক উচ্ছেদ কৰাত স্থগিতাদেশ জাৰি কৰিছে৷

 উচ্ছেদস্থলী পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ
লাহৰিজানৰ উচ্ছেদস্থলী পৰিদৰ্শন তুলিৰাম ৰংহাঙৰ:

আনহাতে এই সন্দৰ্ভ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে যাৱতীয় নথি-পত্ৰ স্কেনিং কৰি শপতনামাসহ ছয় সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ত জমা দিবলৈ আদেশ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷ মাননীয় উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি যাৱতীয়-নথিপত্ৰ স্কেনিং কৰি পৰিষদে ন্যয়ালয়ত নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা দিব বুলি কয়৷ ন্যায়ালয়ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি মানি লব কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদে ৷

karbip3 | ASSAM TIMES POSTঅৱশ্যে কাৰবি আংলঙ স্বায়ত্বশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এলানি বৈঠকৰ পিছত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনি খান বস্তি এলেকাত তেনে ধৰণৰ পট্টা থকাৰ কোনো ৰেকৰ্ড নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে৷

Tags: DuduColony and KhanbastievacuationTuliram Ranghangউচ্ছেদস্থলীতুলিৰাম ৰঙহাং
Share4Tweet3Send

Related Posts

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 30, 2026
50
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
50
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

June 30, 2026
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx