ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Crisis I ডেৰ মাহ ধৰি ইণ্টাৰনেটবিহীন মণিপুৰ! কমেও ৫০ হাজাৰ লোক গৃহহীন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 12, 2023
Reading Time: 1 min read
A A
0
Manipur Crisis I ডেৰ মাহ ধৰি ইণ্টাৰনেটবিহীন মণিপুৰ! কমেও ৫০ হাজাৰ লোক গৃহহীন

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

মণিপুৰত (Manipur) প্ৰায় ডেৰ মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ (Internet ban) হৈ আছে। ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা বাঢ়িয়ে গৈ আছে। মণিপুৰ চৰকাৰে শনিবাৰে আৰু এবাৰ এই নিষেধাজ্ঞা বৃদ্ধি কৰে। ১৫ জুনৰ বিয়লি ৩ বজালৈ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ থাকিব।

Manipur
Manipur Internet Ban:

ইফালে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ এই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। উচ্চতম ন্যায়ালয়ে গোচৰৰ শীঘ্ৰে শুনানি গ্ৰহণৰ বাবে কৰা আবেদন নাকচ কৰে। ইয়াৰ পিছত শনিবাৰে পুনৰ বৃদ্ধি কৰা হয় নিষেধাজ্ঞা।মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৩ মেʼৰ পৰা বন্ধ হৈ আছে ইণ্টাৰনেট।

সেইদিনাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক। জনজাতি ছাত্ৰ সংগঠন সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থাৰ (আটছুম) কাৰ্যসূচীক লৈ অশান্তিৰ সৃষ্টি হয়। ৰাজ্যিক উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তাৰ বিৰোধিতা কৰি সংগঠনবোৰ ওলাই আহে। খিলঞ্জীয়া মেইটেই জনগোষ্ঠী আৰু কুকি আৰু জোকে ধৰি কিছুমান অনুসূচিত জনজাতিৰ মাজৰ সংঘৰ্ষই হিংসাৰ ৰূপ লয়।

manipur 1 1 | ASSAM TIMES POSTএই পৰ্যন্ত মণিপুৰত কমেও ১০০ জন লোক এই হিংসাৰ বলি হৈছে। ৩ শতাধিক লোক আহত হয়। হিংসাৰ বাবে বহু লোক গৃহহীন হৈ পৰিছে। আনুষ্ঠানিকভাৱে সংখ্যাটো হৈছে ৫০,৬৯৮। মণিপুৰৰ এই গৃহহীন লোকসকলৰ বাবে চৰকাৰে সাহায্য শিবিৰৰ ব্যৱস্থা কৰিছে। বিশেষকৈ মহিলা, শিশু আৰু বৃদ্ধসকলৰ বাবে যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চৰকাৰে নোডেল বিষয়াসকলক নিৰ্দেশ দিছে।

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত কৰি আছে চিবিআয়ে। ডিআইজি ৰেংকৰ বিষয়াৰ নেতৃত্বত ১০ জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে। মণিপুৰত ৰাজ্যপালৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে এখন শান্তি সমিতি গঠন কৰিছে৷ মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্যৰ আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে একেলগে কাম কৰি আছে।

Tags: Manipur
Share4Tweet3Send

Related Posts

National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

by Staff Reporter
July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

by Staff Reporter
July 31, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

by Staff Reporter
July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

by Staff Reporter
July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
National-International

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy I  গভীৰ সাগৰত পাক-চীনৰ সৈতে মুখামুখি হ’বলৈ জাৰ্মান কোম্পানীৰ সৈতে ৯০ হাজাৰ কোটিৰ চুক্তি নৌসেনাৰ

July 31, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

PM Modi I লোকসভা-ৰাজ্যসভাত প্রশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুনৰ ভিডিঅ’ বার্তা

July 31, 2026
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx