ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong I কাৰবি আংলঙত পথৰ বৃহৎ গাঁত আৰু পানী জমা হোৱা প্ৰত্যক্ষ কৰিলে DDMA ক অৱগত কৰাৰ আহ্বান জিলা উপায়ুক্তৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 12, 2023
Reading Time: 1 min read
A A
0
Karbi Anglong I কাৰবি আংলঙত পথৰ বৃহৎ গাঁত আৰু পানী জমা হোৱা প্ৰত্যক্ষ কৰিলে DDMA ক অৱগত কৰাৰ আহ্বান জিলা উপায়ুক্তৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

কাৰবি আংলং জিলাৰ উপায়ুক্তৰ দায়িত্ব লোৱাৰ লগে লগে মধুমিতা ভাগৱতীয়ে জিলা পথ সুৰক্ষা সমিতিৰ মঞ্চৰ জৰিয়তে জিলাখনৰ জৰাজীৰ্ণ বাট-পথ, শোচনীয় অৱস্থা, যাতায়ত ব্যৱস্থাৰ লগতে দৈনিক বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ কেতবোৰ সুৰক্ষামূলক আৰু প্ৰশংসনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ পথ সুৰক্ষাৰ লগত জড়িত অংশীদাৰ সকলক ২৪ ঘণ্টাই পথ সুৰক্ষাৰ লগত সক্ৰিয় হৈ থকাৰ প্ৰতি এগৰাকী দক্ষ প্ৰশাসনিক বিষয়াৰ ভূমিকা পালন কৰি আহিছে ৷

কাৰবি আংলঙ
কাৰবি আংলঙত পথৰ বৃহৎ গাঁত আৰু পানী জমা হোৱা প্ৰত্যক্ষ কৰিলে DDMA ক অৱগত কৰাৰ আহ্বান জিলা উপায়ুক্তৰ:

সদ়্যহতে দেউবাৰে নিশা জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে উপায়ুক্ত গৰাকীৰ তেনে এক জনকল্যানমূলক সদিচ্ছাৰ কথা পোহৰলৈ আহিছে ৷ নিৰ্দেশনাটোত উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কাৰবি আংলঙৰ সচেতন ৰাইজক উদ্দেশ়্য কৰি উল্লেখ কৰিছে যে, জিলাখনৰ বাট-পথ সমূহত প্ৰকাণ্ড , সৰু-বৰ গাঁত , পথৰ কাষত বা নিম্ন ভূমিত আৰু পথৰ ওপৰত জমা হোৱা পানী প্ৰত্যক্ষ কৰাৰ লগে লগে জিলা দুৰ্যোগ আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনাইছে ৷

পথৰ শোচনীয় আৰু জৰাজীৰ্ণ অৱস্থাই ব্যস্ততম সময়ত দূৰ্ঘটনাৰ কাৰক হব পাৰে বুলি উপায়ুক্ত গৰাকীয়ে নিৰ্দেশনাটোত আশংকা প্ৰকাশ কৰিছে ৷ এনে অৱস্থা প্ৰত্যক্ষ কৰিলে যিকোনো লোকে DEOC কাৰবি আংলঙৰ নিয়ন্ত্ৰণ কক্ষৰ ভ্ৰাম্যভাষ নম্বৰ ৯৩৯৫২৪৮১৫ আৰু ০৩৬৭১-২৭২২৪৮(১০৭৭) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

Tags: DDMA ক অৱগত কৰাৰ আহ্বান জিলা উপায়ুক্তৰকাৰবি আংলঙত পথৰ বৃহৎ গাঁত আৰুপানী জমা হোৱা প্ৰত্যক্ষ কৰিলে
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx