![]()
বিপর্যয়ৰ বাবে উত্তাল সমুদ্ৰ। সৃষ্টি হৈছে বিশাল ঢৌ। এই পৰিস্থিতিত ‘লাইফগাৰ্ড’ৰ নিষেধাজ্ঞাক উপেক্ষা কৰি মুম্বাইৰ (Mumbai) পাঁচজন কিশোৰ সাগৰত নামি ডুব যায়। তাৰে মাজৰ পৰা উদ্ধাৰ হয় এজন কিশোৰ। মুম্বাইৰ জুহু বিচত (Juhu Beach) সংঘটিত হয় এই ঘটনা। ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ আগমনৰ বাবে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সকলো বিচ সম্প্ৰতি জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে। কিন্তু নিষেধাজ্ঞা অমান্য কৰি পাঁচজন কিশোৰ সাগৰত নামে।http://(Juhu Beach)











