ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

APDLC I বিদ্যুতৰ অনাৱশ্যক মূল্যবৃদ্ধিৰে বিৰোধিতাৰে কাৰবি আংলং জিলা কংগ্ৰেছৰ ৪ দফীয়া দাবী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 14, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

ৰাজ্যখনত অত্যাৱশ্যকীয় দৈনন্দিন ব্যৱহাৰ হোৱা সামগ্ৰী অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰাৰ সময়তে আকৌ বিদ্যুৎৰ মাচুল বৃদ্ধিয়ে সাধাৰণ গ্ৰাহকক চৰম অস্বস্তিত ৰাখিছে তেনে সময়তে কাৰবি আংলং জিলা কংগ্ৰেছ সমিতিয়ে আজি পুৱাৰ ভাগত অসম বিদ্যুত বিতৰণ কোম্পানী লমিটেডৰ সহ মহা প্ৰৱন্ধক আৰ উপ প্ৰৱন্ধকলৈ ডিফুস্থিত কাঞ্চ জো’নৰ মুখ্য কাৰ্যবাহী বিষয়াৰ জৰিয়তে এক চাৰিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

বিদ্যুতৰ অনাৱশ্যক মূল্যবৃদ্ধি
বিদ্যুতৰ অনাৱশ্যক মূল্যবৃদ্ধিৰে বিৰোধিতাৰে কাৰবি আংলং জিলা কংগ্ৰেছৰ ৪ দফীয়া দাবী লৈ স্মাৰক পত্ৰ প্ৰেৰণ:

দাবী সমূহ ক্ৰমে, ঘৰুৱা তথা ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহৃত বিদ্যুৎৰ সঘনাই বলবৎ কৰা মাচুল বৃদ্ধিৰ জনবিৰোধী সিদ্ধান্ত বাতিল কৰক। ঘৰুৱা তথা ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহত বিদ্যুতৰ সঘনাই বলবৎ কৰা মাচুল বৃদ্ধিৰ জনবিৰুধী সিদ্ঝান্ত বাতিল কৰক, স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত উত্থাপিত হোৱা আসোঁৱাহৰ তদন্ত কৰি গ্ৰাহকক ন্যায় প্ৰদান কৰা।
গৰমৰ দিনত ঘটি থকা বিদ্যুৎৰ লোড্ শ্বেডিং ৰোধৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা। আৰু বিধানসভা নিৰ্বাচনত জনসাধাৰণক দিয়া বিনামূলীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক।

আনহাতে জিলা কংগ্ৰেছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ লগতে স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি বৰ্তমান অসম চৰকাৰে খাটিখোৱা জনতাৰ জীৱন ভয়ঙ্কৰ সমস্যাৰ মাজলৈ ঠেলি দিছে। প্ৰতি ইউনিটত মাচুল বৃদ্ধিয়ে মাহটোৰ শেষত প্ৰতিজন গ্ৰাহকে ভৰিব লাগিব তেওঁলোকৰ সিমীত উপাৰ্জনেৰে পৰিশোধ নোৱাৰা বিদ্যুৎ বিল। সাধাৰণ জনতাৰ পৰা সংগ্ৰহ কৰ -কাটলৰ ধনেৰে জিলাই জিলাই কেবিনেট পতা উৎসৱৰ নামত ঢাক- ঢোল বজাই ৰাজকোষৰ ধন তহিলঙ কৰা চৰকাৰখনে দেশৰ জনতাৰ কথা চিন্তা কৰি বাৰ্থিত মাচুলৰ সিদ্ধান্ত বাতিল কৰক।

বিদ্যুৎ উৎপাদন, সংবহন আৰু বিতৰণ সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰৰ বিদ্যুৎ কোম্পানী কেইটাৰ অদক্ষতাৰ বাবে বিভিন্ন ক্ষেত্ৰত বিদ্যুৎ এ অপচয় হৈ আছে। এই অপচয়ৰ পৰা ক্ষতি পূৰণৰ বাবে চৰকাৰে গ্ৰাহকৰ ওপৰত অতিৰিক্ত মাচুল জাপি দিছে। অথচ গ্ৰাহকৰ চাহিদা পূৰাব পৰাকৈ প্ৰয়োজনীয় বিদ্যুৎ উৎপাদন কৰিবলৈ যোৱা সাত বছৰে (২০১৬ চনৰ পৰা) চৰকাৰে পদক্ষেপ লোৱা চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।

সেয়েহে চৰকাৰে এনে বিফলতাৰ প্ৰতিপক্ষিতত গ্ৰাহকৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে মাচুলৰ বোজা জাপি দিয়াৰ বাবে জিলা কংগ্ৰেছে অসম চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি স্মাৰক পত্ৰটোত উল্লেখ কৰিছে ৷৷আজি স্মাৰক পত্ৰ অৰ্পণৰ সময়ত জিলা কংগ্ৰেছৰ উপ সভাপতিদ্য় ছেমছনছিং ইংতি, ৰতন ইংতি, সাধাৰণ সম্পাদক দ্বয় ছুৰেণ ছিংনাৰ আৰু মলয় বৰাৰ লগতে সদ্য বিজেপিৰ কংগ্ৰেছ দলত যোগদান কৰা প্ৰাক্তন ইএম ভূপেন হাঞ্চু উপস্থিত আছিল ৷

Tags: কংগ্ৰেছৰ ৪ দফীয়া দাবী লৈ স্মাৰক পত্ৰ প্ৰেৰণবিদ্যুতৰ অনাৱশ্যক মূল্যবৃদ্ধিৰেবিৰোধিতাৰে কাৰবি আংলং জিলা
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

July 14, 2026
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx