ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহিয়ষী কাজিৰ ৰংহাংপীৰ কাজিৰঙা সুৰক্ষিত কৰিব কাৰ্বি স্বায়ত্ত পৰিষদে : তুলিৰাম ৰংহাঙ

ASSAM TIMES POST by ASSAM TIMES POST
December 6, 2019
Reading Time: 1 min read
A A
0
মহিয়ষী কাজিৰ ৰংহাংপীৰ কাজিৰঙা সুৰক্ষিত কৰিব কাৰ্বি স্বায়ত্ত পৰিষদে : তুলিৰাম ৰংহাঙ

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

কাজিৰঙাৰ পৰা কনক দেউৰী

কাৰ্বি কিংবদন্তিৰ এগৰাকী সুন্দৰী মহিয়ষী হৈছে কাজিৰ ৰংহাংপী। জনশ্ৰুতি মতে অতি সুন্দৰী

এই গৰাকী মহিয়ষীৰ নামেৰেই নামাংকিত হৈছে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম

এশিঙীয়া গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত আৰু অসমৰ ভিতৰত ইয়াৰে অন্যতম হৈছে কাজিৰঙা। কিন্তু এই কাজিৰঙা নামটোৰ নামাকৰণৰ ইতিহাস কি? উল্লেখযোগ্য যে কাৰ্বি কিংবদন্তিৰ এগৰাকী সুন্দৰী মহিয়ষী হৈছে কাজিৰ ৰংহাংপী। জনশ্ৰুতি মতে অতি সুন্দৰী এই গৰাকী মহিয়ষীৰ নামেৰেই নামাংকিত হৈছে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম।

WhatsApp Image 2019 12 06 at 9.29.45 AM | ASSAM TIMES POST

জীৱ জন্তুক অতিশয় মৰম কৰাৰ বাবেই ঈশ্বৰে কাজিৰৰ হাতত সৰগৰ পৰা দি পঠিয়াইছিল এটি গঁড়ৰ পোৱালী। পৃথিৱীত খাদ্য শষ্য ৰোপনৰ বাবেও সৰগৰ পৰা কঠিয়া লৈ আহিছিল কাজিৰ ৰংহাং‌পীয়ে। সেয়ে এনে এগৰাকী অলৌকিক-দৈৱিক শক্তিসম্পন্ন কাৰ্বি কিংবদন্তিৰ মহিয়ষী কাজিৰ ৰংহাংপীৰ স্মৃতিক চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ ডিচেম্বৰ দিনটোত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে কহৰাত বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে কাজিৰ ৰংহাংপীক স্মৰণ কৰি অহাৰ লগতে উন্নয়ন সাধনৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে কাৰ্বি পৰিষদে। আৰু নৱ প্ৰজন্মৰ মাজত নাৰী গৰাকীৰ মহান উদ্দেশ্যক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে গড় সুৰক্ষাৰ বাবে পৰিষদে এলানী বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

WhatsApp Image 2019 12 06 at 9.29.44 AM 1 | ASSAM TIMES POSTWhatsApp Image 2019 12 06 at 9.29.45 AM 1 | ASSAM TIMES POST

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদখনে এইবাৰ কিছু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাজিৰ ৰংহাংপীৰ স্মৃতি দিৱসত কাৰ্বি আংলঙৰ অন্তৰ্গত থকা কাজিৰঙাৰ সকলো অঞ্চল সুৰক্ষাৰ বাবে যাৱতীয় সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। সকলো বেদখল ৰোধ কৰাৰ লগতে চোৰাং চিকাৰীৰ গঁড় নিধন ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু কাজিৰঙা উন্নয়নৰ বাবে কাৰ্বি পৰিষদে পৰ্যাপ্ত ধন ধাৰ্য কৰিব বুলিও মন্তব্য কৰে তুলিৰাম ৰংহাঙে।

লগতে কাজিৰঙাত কাজিৰ ৰংহাংপীৰ নামত বিভিন্ন ব্যৱস্থা সম্বলিত এটি সুন্দৰ অতিথিশালা নিৰ্মাণ কৰিব বুলিও প্ৰকাশ কৰে ৰংহাঙে। অনুষ্ঠিত স্মৃতি স্মৰণ অনুষ্ঠানত কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকলৰ লগতে সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। গুৰুত্বপূৰ্ণ যে স্মৃতি স্মৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকণ, পৰম্পৰাগত খেল আদি প্ৰতিযোগিতাৰো আয়োজন কৰে উদ্যোগতাই।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
ADVERTISEMENT
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx