ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Salman khan receives fresh death threat I ছলমান খানক হত্যা কৰিমেই! হুংকাৰ গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2023
Reading Time: 1 min read
A A
0
Salman khan receives fresh death threat I ছলমান খানক হত্যা কৰিমেই! হুংকাৰ গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

বিগত বৰ্ষৰ জুন মাহৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিছে বিষ্ণোই সম্প্ৰদায় (Bishnoi community)। প্ৰাতভ্ৰমণত প্ৰথম ভাবুকি-পত্ৰ লাভ কৰিছিল ছলমান খানে (Salman Khan)। য’ত তেওঁৰ লগতে পিতৃ চেলিম খানক হত্যাৰ ভাবুকি (Death threat) দিছিল। ইয়াৰ পিছত লৰেন্স বিষ্ণোৱে (Lawrence Bishnoi) মুকলিকৈ ছলমানক হত্যাৰ ভাবুকি দিছিল কেইবাবাৰো। কৃষ্ণসাৰ হৰিণ হত্যাৰ অপৰাধৰ বাবে ভাইজানক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ কথাও কয়।

এইবাৰ আন এজন গেংষ্টাৰ গোল্ডি ব্ৰাৰেও (Gangster Goldie Brar) একেই ভাবুকি দিছে। এক সাক্ষাৎকাৰত কানাডাৰ পলাতক গেংষ্টাৰজনে স্পষ্ট কৰি দিয়ে যে ছলমান খান তেওঁলোকৰ ‘কিল লিষ্ট’ত আছে। উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত পাঞ্জাবী গায়ক-ৰাজনীতিবিদ সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ আঁৰত আছিল এইগৰাকী গোল্ডি ব্ৰাৰ।

Salman khan
Salman khan receives fresh death threat:

‘আমি তেওঁক হত্যা কৰিম, হত্যা কৰাটো নিশ্চিত। ভাইচাবে (লৰেন্স বিষ্ণোই) কয় যে তেওঁ ক্ষমা খুজিব লাগে। যেতিয়া দয়া অনুভৱ কৰিব তেওঁ তেতিয়াহে দয়া দেখুৱাব।” আনহাতে, লৰেন্স বিষ্ণোৱে সাক্ষাৎকাৰত কয় যে ছলমানক হত্যা কৰাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য। সেই কথা উল্লেখ কৰি গোল্ডি ব্ৰাৰে কয়, “আমি আগতেই কৈছোঁ কেৱল ছলমান খান নহয়, আমি আমাৰ সকলো শত্ৰুক এনেদৰে শেষ কৰাৰ চেষ্টা কৰি যাম। বৰ্তমান ছলমান খান আমাৰ টাৰ্গেট। আমি সফল হʼলে আপোনালোকে গম পাবই।”

উল্লেখযোগ্য যে বিগত মাৰ্চ মাহত মুম্বাই আৰক্ষীয়ে ছলমান খানলৈ ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰাৰ অভিযোগত গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ছলমানৰ ঘনিষ্ঠ সহযোগী প্ৰশান্ত গুঞ্জলকাৰলৈ প্ৰেৰণ কৰা ই-মেইলত লিখা আছিল, ‘গোল্ডি ব্ৰাৰ’-এ আপোনাৰ বছৰ (ছলমান খান) সৈতে কথা পাতিব বিচাৰে। তেওঁ নিশ্চয় বিষ্ণোইৰ সাক্ষাৎকাৰটো দেখিছে। যদি দেখা নাই তেন্তে চাবলৈ কওক। যদি আপুনি বিষয়টো বন্ধ কৰিব বিচাৰে তেন্তে গোল্ডি ব্ৰাৰক কথা কোৱাৰ সুযোগ দিয়ক। মুখামুখীকৈ কথা পাতিব। মান্তি হ’লে মোক জনাব। সময়ৰ বিষয়ে অৱগত কৰা হʼব। আৰু যদি আপুনি মান্তি নহয় তেন্তে পিছত আচল কামটো হ’ব।”

Tags: GoldieBrarSalmanKhanগোল্ডিব্ৰাৰছলমানখানে
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
ADVERTISEMENT
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী
Science

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx