ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

News Desk by News Desk
November 11, 2026
Reading Time: 1 min read
A A
0
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী

RELATED POSTS

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

New Logo Smal 1 | ASSAM TIMES POST

জম্মু-কাশ্মীৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ (JK terrorist attack)। বুধবাৰে কাশ্মীৰৰ কুলগামত চিআৰপিএফৰ তালাচী চকীত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এজন সেনা বিষয়াই জনোৱা মতে, এই সন্ত্ৰাসবাদী আক্ৰমণত ৩ চিআৰপিএফ জোৱান আহত হয়। ইয়াৰে ভিতৰত এজন অসমৰ। জানিব পৰা মতে, তেওঁৰ নাম ৰাকেশ দাস। বাকী দুজনৰ এজন পশ্চিমবংগৰ আৰু আনজন মধ্যপ্ৰদেশৰ। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিং কুলগামত থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, কুলগাম জিলাৰ মিৰবজাৰৰ সমীপৰ আখৰানত সংঘটিত হয় এই আক্ৰমণ। সেই অঞ্চলত চিআৰপিএফ পোষ্ট আছে।

JK terrorist attack I
কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত:

জোৱানসকলে টহল দি থকাৰ সময়তে হঠাৎ বাইকত উঠি একাংশ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এক বিবৃতিত চিআৰপিএফে কয় যে বুধবাৰে দিনৰ প্ৰায় ২.১৫ বজাত সন্ত্ৰাসবাদীয়ে কুলগামত আক্ৰমণ কৰে। জোৱানক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰে। জোৱানসকলেও প্ৰত্যুত্তৰ দিয়ে। অৱশ্যে সন্ত্ৰাসবাদীৰ গুলীত তিনিজন জোৱান আহত হয়। আহতসকলক উদ্ধাৰ কৰি শীঘ্ৰে অনন্তনাগৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসাধীন হৈ আছে তেওঁলোক। ইফালে জোৱানসকলে গুলীচালনা আৰম্ভ কৰাৰ সময়ত সন্ত্ৰাসবাদীয়ে তৎক্ষণাত বাইকত উঠি পলায়ন কৰে। জোৱানৰ গুলীত কোনো সন্ত্ৰাসবাদী আহত হৈছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আক্রমণকাৰীক বিচাৰি উলিয়াবলৈ আৰক্ষী আৰু সেনা জোৱানে অভিযান আৰম্ভ কৰিছে৷ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। অঞ্চলটোত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ বৈষ্ণৱীও এই উৎসৱত অংশগ্ৰহণৰ বাবে কুলগামত আছে। ইয়াৰ বাবে সকলো দিশতে চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হয়। গুৰুত্বপূৰ্ণ স্থানত সেনা, অৰ্ধসামৰিক আৰু আৰক্ষীৰ লোকে ঘৰে ঘৰে তালাচী চলাইছে। এই সময়তে এই ঘটনা সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসমৰ এজনকে ধৰি ৩ জোৱান আহতকাশ্মীৰৰ কুলগামত চিআৰপিএফপোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ
Share4Tweet3Send

Related Posts

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

by News Desk
November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

by News Desk
November 11, 2026
50
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি
National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

by News Desk
November 11, 2026
50
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ
National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

by News Desk
November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

by News Desk
November 11, 2026
50
Tragedy Strikes Bongaigaon: Teacher and Daughter Killed in Heartbreaking Road Accident
National-International

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

by News Desk
November 10, 2026
50
ADVERTISEMENT
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d