ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Autonomous Council Session I কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধিৱেশন সম্পন্ন : ওপৰঞ্চি ১০০ কোটি বাজেট অনুমোদন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ চেচন হʼলত আজি ২৪৫ সংখ্যক অধিৱেশন (Karbi Anglong Autonomous Council Session) সম্পন্ন হৈ যায়।এই উপলক্ষে অধ্যক্ষ ৰাজু তিছʼৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবৱশনত প্ৰথমতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য প্ৰয়াত ৰআংদআং টেৰণ, বীৰেন্দ্ৰ কুমাৰ নাথ, এল লুৱম আৰু কাৰ্বি পৰম্পৰাগত লিনদকপʼ তথা ৰজা ৰামছিং ৰংহাঙক সোঁৱৰণ কৰি আত্মাৰ সদগতিৰ বাবে সদনত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধিৱেশন সম্পন্ন :

ইয়াৰ উপৰি সদনত এক শোকৰ প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ গৰাকীয়ে শোকৰ প্ৰস্তাৱ পাঠ কৰে লগতে তেওঁ পৰৱৰ্তী কাৰ্য্যসূচীৰ ঘোষণা কৰে। বিত্তীয় বিভাগো দায়িত্ব বহন কৰা মুখ্য কাৰ্যবাসী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) কাৰ্বি আংলং আৰু পশ্চিম আংলং জিলাৰ সম-বিকাশৰ স্বাৰ্থত বুলি উল্লেখ কৰি ওপৰঞ্চি বাজেট অনুমোদনৰ বাবে সদনত দাখিল কৰে।

RELATED POSTS

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

পাছত অনুদান ভিত্তিত আৰ্থিক নাটনিৰ পূৰণ কৰিবলৈ ১০০ কোটিৰ ওপৰঞ্চি বাজেট সদনত গৃহীত (Budget above Rs 100 crore passed) কৰা হয়। কাৰ্বি আংলং জিলাৰ সম উন্নয়নৰ হকে ২৪৫ সংখ্যক পৰিষদৰ অধিৱেশনত ওপৰঞ্চি বাজেট সদনত গৃহীত হোৱাৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পবিত্ৰ সদনত উপস্থিত থকা সদস্যসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।

Tags: BUDGETKAACSessionকাৰ্বি আংলংস্বায়ত্বশাসিতপৰিষদঅধিৱেশনবাজেট
Share4Tweet3Send

Related Posts

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ
National-International

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
50
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
National-International

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
50
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

Punjab CM Mann I পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক ‘গুৰুবিৰোধী’ ঘোষণা, শিখসকলক তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ নিৰ্দেশ

June 16, 2026
Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান

June 16, 2026
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx