ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul VS Modi I ‘মোডী উপাধি’ গোচৰ : ৰাহুলৰ শাস্তি স্থগিতাদেশৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 7, 2023
Reading Time: 1 min read
A A
0
Rahul VS Modi I ‘মোডী উপাধি’ গোচৰ : ৰাহুলৰ শাস্তি স্থগিতাদেশৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ

RELATED POSTS

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

লোকসভাৰ সাংসদ পদ পুনৰ লাভৰ আশা ইতিমধ্যে শেষ হৈছিল। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) জে’ললৈ যোৱাৰ সম্ভাৱনাৰ সন্মুখীন হৈছে। গুজৰাটৰ চুৰাটৰ (Gujrat Surat) দণ্ডাধীশ আদালতে ২৩ মাৰ্চত ৰাহুলক ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত কৰিছিল, যিটো গোচৰ ২০ এপ্ৰিলত চুৰাটৰ অতিৰিক্ত চেচন ন্যায়াধীশ আৰ পি মোগেৰাই সমৰ্থন কৰিছিল বুলি শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে সমৰ্থন জনায়।

Rahul VS Modi
Gujarat High Court refuses to stay conviction of Rahul Gandhi in defamation case:

‘ফৌজদাৰী অৱমাননা’ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুলক চুৰাট দণ্ডাধীশ আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি স্থগিত ৰখাৰ বাবে ৰাহুলৰ আবেদন নাকচ কৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচ্চাকৰ বিচাৰপীঠে। ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশ প্ৰচ্চাকে কয়, “ৰাহুল গান্ধীৰ শাস্তি সন্দৰ্ভত নিম্ন আদালতে দিয়া ৰায় শুদ্ধ।” ফলত ৰাহুলে সম্প্ৰতি কেৰালাৰ ৱেনাৰ্ডৰ পৰা সাংসদৰ পদ ঘূৰাই নাপায়। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাক লৈও সন্দেহৰ সৃষ্টি হৈছে। তাৰ লগতে জে’ললৈ যোৱাৰ আশংকাও আছে।

উল্লেখযোগ্য যে ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই (H H Varma) কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহে।

কিন্তু ন্যায়াধীশগৰাকীয়ে ‘ফৌজদাৰী মানহানি’ গোচৰত ৰাহুলৰ জামিন আবেদনৰ অনুমতি দি উচ্চ ন্যায়ালয়ত ৰাহুলৰ বিৰুদ্ধে আপীল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতৰ সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮(৩) অনুচ্ছেদ অনুসৰি, চুৰাট দণ্ডাধীশ আদালতৰ ৰায়ৰ ভিত্তিত ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে।

ইয়াৰ পিছতে ৰাহুলে দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে যোৱা ৩ এপ্ৰিলত চুৰাটৰ ছেছন আদালতত দাখিল কৰে আৰু শাস্তি স্থগিত ৰাখিব বিচাৰে। কিন্তু ২০ এপ্ৰিলত অতিৰিক্ত ছেছন ন্যায়াধীশ আৰ পি মোগেৰাই এই আবেদন খাৰিজ কৰি শাস্তি সমৰ্থন কৰে। ফলত তেওঁ পুনৰ সাংসদ পদ লাভ কৰাৰ সুযোগ হেৰুৱালে।

এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত ৰাহুলৰ অধিবক্তা বি এম মাংগুকিয়াই চুৰাট ছেছন আদালতে শাস্তি কাৰ্যকৰী কৰাৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত দাখিল কৰে। এই আবেদনখন ন্যায়াধীশ গীতা গোপীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল।

কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গোপীয়ে হঠাতে গোচৰৰ শুনানিৰ পৰা আঁতৰি যায়। তেওঁ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক এই গোচৰটো মুখ্য ন্যায়াধীশৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত গোচৰটো ন্যায়াধীশৰ বিচাৰপীঠলৈ যায়। প্ৰাথমিক শুনানিৰ অন্তত ন্যায়াধীশে দোষী ৰাহুলৰ অন্তৱৰ্তীকালীন জামিন সমৰ্থন কৰে।

কিন্তু ৰায়দান স্থগিত ৰখা নাছিল। শুকুৰবাৰে ন্যায়াধীশে শাস্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত স্থগিত ৰখাৰ অনুমতি নিদিয়াৰ বাবে এইবাৰ ৰাহুলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব বুলি আইনী বিশেষজ্ঞৰ এটা অংশই ধাৰণা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rahul gandhiআবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰৰাহুলৰ শাস্তি স্থগিতাদেশৰ‘মোডী উপাধি’ গোচৰ
Share4Tweet3Send

Related Posts

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ
National-International

Delhi protest : সাংবাদিকক যৌন নিৰ্যাতন : এচিপিৰ বিৰুদ্ধে এফআইআৰৰ দাবীত দিল্লী আৰক্ষী থানাত প্ৰতিবাদ

by News Desk
October 5, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

ECI row : আয়োগে আইন অমান্য কৰি লোৱা সিদ্ধান্ত বাতিল কৰা হ’ব : জ্ঞানেশ কুমাৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
50
Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা
National-International

Street vendor : উৎসৱৰ সময়ত পদপথৰ ব্যৱসায়ীক অপ্ৰয়োজনীয়ভাৱে আঁতৰাই নিদিব, সকলো ৰাজ্যলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বাৰ্তা

by News Desk
October 5, 2026
50
Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে
National-International

Grandfather sexual harassment : সৰুতে ককাকে যৌন নিৰ্যাতন চলাইছিল, ডাঙৰ হৈ ভয়ংকৰ প্ৰতিশোধ ল’লে নাতিনীয়েকে

by News Desk
October 5, 2026
50
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d