ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Solar Power plant I ১০০০ কিলোৱাট বিদ্যুত উৎপাদনৰ সৌৰ প্ৰকল্পৰ বিৰোধিতা : জেচিচিপিএৰ সংবাদ মেল

Staff Reporter: Diphu

News Desk by News Desk
July 12, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমাৰ বৰজানত স্হাপন কৰা হ’ব দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ সৌৰশক্তি চালিত বিদ্যুত উৎপাদিত প্ৰকল্প (Solar power plant to be set up at Barjan)৷

ইতিমধ্যে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে এই বৃহৎ সৌৰশক্তি চালিত বিদ্যুত প্ৰকল্পটোৰ বাবে ১৮০০০ বিঘা মাটি এ পি ডি চি এলক প্ৰদান কৰিছে ৷ প্ৰথম অৱস্থাত লাংকাইজান এলেকাত মাটি দিয়াৰ কথা আছিল যদিও বিভিন্ন সংগঠনৰ বিৰোধিতাৰ বাবে অসম-নাগালেণ্ড সীমান্তৰ বৰজানত দিয়া হৈছে মাটি ৷ কিন্ত সৌৰশক্তিৰ পৰা ১০০০ মেগাৱাট বিদ্যুত উৎপাদন কৰিব লগা প্ৰকল্পটোৰ বিৰোধিতা কৰিছে ৰাজনৈতিক সংগঠন জইন্ট কঅডিনেশ্বন কমিটি ফৰ প্ৰটেক অটনমি (জেচিচিপিএ) (JCCPA) নামৰ সংগঠনটোৱে ৷

DiphuP0 | ASSAM TIMES POST

আজি ডিফুৰ জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণ, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰংপিয়ে এই বৃহৎ প্ৰকল্পটোৰ বিৰোধিতা কৰে৷ নেতাদুগৰাকীয়ে কয় যে সৌৰশক্তিৰ পৰা বিদ্যুত উৎপাদন কৰা প্ৰকল্পসমূহ মৰুভূমি এলেকা বা অব্যাহতি ভূমিত হ’ব লাগে ৷ কিন্তু বৰ্তমান পৰিষদে কৃষিভূমি এই প্ৰকল্পৰ বাবে দিছে৷ এই এলেকাত থকা বনাঞ্চলে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আহিছে৷ বনাঞ্চলৰ বাহঁ কাঠ হ’ল স্হানীয় বাসিন্দাসকলৰ জীৱন আৰু জীৱিকা ৷

সেয়ে এই বৃহৎ প্ৰকল্পই স্হানীয় খাতিখোৱা জনতাক চৰকাৰে পেতে মৰাৰ ব্যৱস্থা কৰিছে৷ ১০০০ বা ২০০০ বিঘা মাটি দিলে সংগঠনটোৱে প্ৰতিবাদ নকৰিলেহেঁতেন বুলি কৈ কয় যে এই বিষয়ত পৰিষদে নিজৰ স্হিতি ৰাজহুৱা কৰিব লাগে ৷ কাৰণ এ পি ডি চি এল অসম চৰকাৰৰহে অধীন ৷ সেয়ে এই প্ৰকল্পৰ পৰা কাৰবি আংলঙৰ জনতাৰ কি লাভ হ’ব সেয়াও কব লাগে বুলি কয় নেতা কেইগৰাকীয়ে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SolarpowerBarjanSolarPowerPlantসৌৰপ্ৰকল্প
Share6Tweet4Send

Related Posts

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
58
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
63
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d