ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dengue in Diphu I ডিফুত ডেংগুৰ প্ৰকোপ বৃদ্ধি : পুনৰ এজন যুৱকৰ মৃত্যু, সজাগতাৰ বাইক ৰেলী

Staff Reporter, Diphu

News Desk by News Desk
July 18, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

ডিফুত ডেংগুৰ (Dengue in Diphu) সংহাৰী ৰূপ কমাৰ নামেই লোৱা নাই৷ বিগত মে’ মাহৰ পৰা ডিফু চহৰৰ বিভিন্ন অঞ্চলত আৰম্ভ হোৱা ডেংগু জ্বৰত এতিয়ালৈকে ৫৬৯ গৰাকী লোক আক্ৰান্ত (569 people affected) হৈছে। যোৱা ৫ জুলাইত ৰহিলা টেণপী নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছত আজি পুৱা এলেক্স ৰংপি (২৯) নামৰ এগৰাকী যুৱকৰো ডেংগুত আক্রান্ত হৈ মৃত্যু (Alex Rangpi dies of dengue) হোৱাৰ বাতৰি লাভ কৰা হৈছে।

ডিফুত ডেংগু
ডিফুত ডেংগুৰ প্ৰকোপ বৃদ্ধি ,পুনৰ এজন যুৱকৰ মৃত্যু:

ডিফু চহৰৰ বিৰলা, শীতলাবাড়ী, ছার্থে কলনি, শিৱবাৰী আদি অঞ্চলৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ ক্ৰমাত ডেংগু বিয়পা পৰিলক্ষিত হৈছে। ডেংগুৰ প্রকোপ ৰোধৰ বাবে জিলা স্বাস্থ্য বিভাগে ডিফু চহৰৰ সকলো ৱাৰ্ডৰ প্রত্যেক বাসগৃহলৈ গৈ ডেংগুব উৎপত্তি স্থলসমূহ ধ্বংস কৰাৰ লগতে জনসাধাৰণক সজাগ কৰি তোলাৰ প্ৰচেষ্ট| লোৱাৰ লগতে ফগিং কৰা পৰিলক্ষিত হৈছে।

আনহাতে আজি স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰ কাৰ্যালয়ৰ উদ্যোগত ডিফু চহৰত ডেংগুৰ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে বাইক ৰেলী উলিওৱা হয়৷ ডিফু চহৰৰ ডেংগু আক্রান্ত অঞ্চলসমূহৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এই বাইক ৰাইডাৰসকলে গৈ ডেংগুৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ প্রচেষ্টা লোৱা পৰিলক্ষিত হয়৷

জিলা স্বাস্থ্য বিভাগৰ যুটীয়৷ সঞ্চালক ডাঃ বৰছিং ৰংপিয়ে ডেংগু নির্মূলৰ বাবে স্বাস্থ্য বিভাগে লোৱা প্ৰচেষ্টাসমূহৰ সম্পর্কে জনসাধাৰণক অবগত কৰাৰ উদ্দেশ্যে এই প্রচেষ্ট লোৱা বুলি উল্লেখ কৰে। চহৰখনৰ সকলো নাগৰিকক ডেংগুৰ বিৰুদ্ধে সজাগ হৈ থকাৰ লগতে নিজ নিজ বাসগৃহসমূহ চাপ-চিকুণকৈ ৰখাৰ আঁহ্বান জনায়। চাপ-চিকুণকে নৰখা বাসগৃহসমূহৰ ওপৰত জৰিমনা বিহাৰ চিন্তা-চৰ্চা কৰা বুলিও যুটীয়া সঞ্চালকগৰাকীয়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuDengueডিফুডেংগু
Share5Tweet3Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
55
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
57
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d