ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ডেংগু : আজি আকৌ এগৰাকী যুৱতীৰ মৃত্যু, ১৫০৬ জন আক্ৰান্ত

Staff Reporter, Diphu

News Desk by News Desk
August 1, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

ডিফুত এতিয়া ঘৰে ঘৰে ডেংগু (Dengue in Diphu) ৰোগী থকাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে৷ বিগত বৰ্ষৰ ৰেকৰ্ড ভংগ কৰি দৈনিক ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে এলাইজা পৰীক্ষাত ১৫০৬ গৰাকী জ্বৰত ভোগা ৰোগীৰ দেহত ডেংগু পজিটিভ (1506 patients suffering from fever are dengue positive) পোৱা গৈছে৷ কিন্তু ইয়াৰ বাহিৰেও স্হানীয় ব্যক্তিগত চিকিৎসালয় আৰু মেডিকেল কলেজৰ চিকিৎসকে চেম্বাৰত ৰেপিড টেষ্ট কৰি ডেংগুৰ চিকিৎসা কৰা সকলৰ সংখ্যা ইয়াতকৈ কম নহ’ব৷

Denguep3 | ASSAM TIMES POST

আজি ডিফু নগৰৰ শৰ্মিষ্ঠা মজুমদাৰ নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ ডেংগুত মৃত্যু (Sharmistha Majumdar dies of dengue) হৈছে৷ যোৱা ১  জুনত  ৰহিলা টেৰণপী নামৰ এগৰাকী মহিলাৰো ডেংগুত মৃত্যু হৈছিল৷ ইয়াৰ বাহিৰেও ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা নকৰাই ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা এগৰাকী যুৱক আৰু এগৰাকী আৰক্ষীৰ লোকৰো ডেংগুত মৃত্যু হৈছে যদিও সেই তথ্য চৰকাৰী নথিভূক্ত নহয়৷ চৰকাৰী ভাবে এতিয়ালৈকে ডিফুত ডেংগুত দুগৰাকী মহিলাৰ মৃত্যু হৈছে ৷ আজিৰ তাৰিখত ডিফু চিকিৎসা মহাবিদ্যালয়ত ৪১ গৰাকী ডেংগু ৰোগী আছে।

Denguep1 | ASSAM TIMES POST

ইয়াৰে ৪ গৰাকী ছেমি আই চি ইউ আৰু এগৰাকী সাধাৰণ আই চি ইউত আছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° এছ জে ডেকাই কয় যে ডেংগু নিয়ন্ত্ৰণ কৰাত জনসাধাৰণৰ সহযোগিতা লাগিব। দিনত হাত দীঘল চোলা লংপেণ্ট পিন্ধি থকা, ঘৰৰ চৌহদত যাতে পানী জমা হোৱাৰ উৎস নাথাকে তাৰ প্ৰতি সচেতন হোৱা আৰু সন্ধিয়া দৈনিক ধোঁৱা বা ধুনা দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷

ডিফু চিকিৎসা মহাবিদ্যালয়ত ডেংগু পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা হয় ৷ সেয়ে তেওঁ সকলোকে সাধাৰণ জ্বৰ হ’লেই চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ আহৱান জনায় ৷ যি দুটা মৃত্যুৰ ঘটনা ঘটিছে দুয়োটা ঘটনাতে  ৰোগী পলমকৈ চিকিৎসালয়লৈ অহা বুলি তেওঁ কয়৷

আনহাতে জনসাধাৰণে অভিযোগ কৰিছে যে স্বাস্থ্য বিভাগে যি দৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই ৷ এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ভাষ্য হ’ল এই ধোঁৱা দিয়াটো স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়ে য’ত বেছি ডেংগু ৰোগী ধৰা পৰিছে তাতহে ধোঁৱা দিয়া হৈছে ৷  এতিয়া  জনতাৰ সচেতনতাই ডেংগুৰ প্ৰভাৱ কম কৰাৰ একমাত্ৰ উপায় বুলি তেওঁলোকে কয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuDengueডিফুডেংগু
Share10Tweet6Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
55
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
57
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d