ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Next meeting of alliance ‘India’ I ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত ‘ইণ্ডিয়া’ৰ বৈঠক

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2023
Reading Time: 1 min read
A A
0
Next meeting of alliance ‘India’ I ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত ‘ইণ্ডিয়া’ৰ বৈঠক

RELATED POSTS

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

২৫-২৬ আগষ্ট নহয়, কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত (In Mumbai, the capital of Maharashtra) বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ পৰৱৰ্তী বৈঠক (Next meeting of alliance ‘India’) অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত (August 31 and September 1) হ’ব পাৰে। এই বিষয়টো ইতিমধ্যে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীকে ধৰি বিৰোধী মিত্ৰজোঁটৰ আন নেতাসকলৰ সৈতে আলোচনা হৈছে। ইয়াৰ লগত জড়িত সকলো পক্ষৰ সহমতৰ ভিত্তিত অহা সপ্তাহত এই তাৰিখ ঘোষণা কৰা হʼব।

সূত্ৰ অনুসৰি, অহা ৩১ আগষ্টৰ সন্ধিয়াৰ পৰা মুম্বাইৰ বৰিৱালি অঞ্চলৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ পোৱাই হ্ৰদৰ পাৰৰ এখন হোটেলত এই বৈঠক আৰম্ভ হʼব। বাংগালুৰুৰ দৰেই সেইদিনা নিশাও হয়তো নৈশভোজনৰ আলোচনা হʼব পাৰে।

‘ইণ্ডিয়া’ৰ বৈঠক
৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত ‘ইণ্ডিয়া’ৰ বৈঠক:

১ ছেপ্টেম্বৰত অনুষ্ঠিত হʼব মূল বৈঠক। ‘ইণ্ডিয়া’ বৈঠকৰ আয়োজন কৰিছে ‘মহাবিকাশ আঘাদী’ মিত্ৰজোঁটৰ তিনিওটা অংশীদাৰ কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিয়ে।২৩ জুনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ দিশ বিচাৰি পাটনাত ১৫টা বিজেপি বিৰোধী দলৰ শীৰ্ষ নেতাৰ প্ৰথমখন বৈঠকৰ আয়োজন কৰে।

ইয়াৰ পিছত ১৭-১৮ জুলাইত কংগ্ৰেছশাসিত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত আয়োজন কৰা বৈঠকত ২৬টা দলে অংশগ্ৰহণ কৰে। মিত্ৰজোঁটৰ নতুন নাম ৰখা হয় ‘ইণ্ডিয়া’। তাৰ লগে লগে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰতাৰ অস্তিত্ব কাৰ্যত শেষ হৈ যায়। সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাইত অনুষ্ঠিত হোৱা বৈঠকত আন কিছু দল দেখা যাব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: I.N.D.I.ANextMeetingIndiaইণ্ডিয়াইণ্ডিয়া'পৰৱৰ্তীবৈঠক
Share4Tweet3Send

Related Posts

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

by News Desk
September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

by News Desk
September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

by News Desk
September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

BRICS Summit 2026 : ব্ৰিকছ সন্মিলনত মোদী-জিনপং-পুটিনৰ সৈতে ফটো উঠা কোন এইগৰাকী ৩৬ বছৰীয়া ভাৰতীয় কূটনীতিবিদ?

52
ADVERTISEMENT
Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল
National-International

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

September 16, 2026
50
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

September 16, 2026
50
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
51
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

Talapati Vijoy : প্ৰিয় নায়কক চাবলৈ অনুৰাগীৰ ভিৰ, নিৰাপত্তাজনিত কাৰণত লণ্ডনত বিজয়ৰ অনুষ্ঠান বাতিল

September 16, 2026
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

September 16, 2026
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d