ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Amrit Mahotsav I ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
August 10, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:

Adequate Startup Funding. Are You Funding your Startup Enough?

আজি ডিফুত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Amrit Mahotsav of Freedom) লগত সংগতি ৰাখি ‘মেৰি মিট্টী মেৰা দেশ, মিট্টি কো নমন আৰু বীৰো কী বন্ধন’ (Meri Mitti Mera Desh, Mitti Ko Naman and Veero Ki Bandhan) শীৰ্ষক স্থায়ী ফলকৰ শুভ উদ্ধোধন (Opening of the plaque) কৰা হয়৷

 বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন
ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰসকলৰ স্মৃতিত স্থায়ী ফলকৰ উদ্ধোধন:

ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক দৰছিং ৰংহাঙ, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম অমৰছিং তিচ’ আৰ জিলা আয়ুক্ত মধুমিতা ভাগৱতী, অতিৰিক্ত আয়ুক্ত ডঃ টিংকু মনি বৰা, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিলাৰী তেৰাঙ, ডিফু মিউনিচিপালটি বোৰ্ডৰ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্ত আৰু অভিযন্তা প্ৰদীপ ৰংপিৰ উপস্থিতিত স্থায়ী ফলকনৰ উদ্ধোধন কৰা হয়৷ 

এই উপলকে বিদ্যালয় চৌহদতে ডিফু মিউনিচিপাল্টি বোৰ্ডৰ উদ্যোগত আৰু কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এক গাম্ভীৰ্যপবৰ্ণ অনুষ্ঠানত কাৰবি আংলঙৰ দুগৰাকী বীৰ পুৰুষ ক্ৰমে, ছাৰচিং ইংতি আৰু জগতচিং তিমুঙক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ইয়াৰোপৰি উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অতিথিসকলে হাতত মাটি আৰু বন্তিলৈ পঞ্চ প্ৰণৰ সংকল্প গ্ৰহণ কৰে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে মেৰা মাটি মেৰা দেশ অভিযানৰ অংশ স্বৰূপে লবলগীয়া এলানি কাৰ্যসূচীৰ বিষয়ে বিতংকৈ কয়৷ আজি শিলা ফলকনত বীৰ যুদ্ধা সকলৰ নাম খোদিত কৰাৰ লগতে জিলাখনৰ দুগৰাকী বীৰ পুৰুষক সম্বৰ্ধনা জনাবলৈ পাই তেওঁ যথেষ্ট সুখীলবুলি মন্তব্য কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuPlaqueMemoryHeroesডিফুবীৰৰস্মৃতিত ফলক
Share10Tweet6Send

Related Posts

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক
Jobs & Career

SBI Recruitment : ষ্টেট বেংকত চাকৰি কৰিব বিচাৰে নেকি, ৭ হাজাৰোধিক খালী পদৰ বাবে বিজ্ঞাপন; কেনেদৰে আবেদন কৰিব পাৰিব জানক

by News Desk
May 19, 2026
50
India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:
EDUCATION AND TECHNOLOGY

India Launches National Creators Award to Celebrate Digital Storytelling and Innovation:

by ASSAM TIMES POST
February 12, 2024
56
Adequate Startup Funding. Are You Funding your Startup Enough?
Economy

Adequate Startup Funding. Are You Funding your Startup Enough?

by Sanjeev Sarma
April 17, 2022
244.6k
এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক
ALL NEWS

এছবিআই নতুন নিযুক্তি, সবিশেষ জানি লওক

by News Desk
February 23, 2021
53
Writing As a Career Option
Jobs & Career

Writing As a Career Option

by Antara Das
September 13, 2020
60
Career in Photography:
ALL NEWS

Career in Photography:

by Antara Das
September 6, 2020
80
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
51
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d