ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিৰোধী দলৰ মাজত সুসমন্বয়ৰ বাবে ‘ইণ্ডিয়া’ই গঠন কৰিব সমিতি

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2023
Reading Time: 1 min read
A A
0
বিৰোধী দলৰ মাজত সুসমন্বয়ৰ বাবে ‘ইণ্ডিয়া’ই গঠন কৰিব সমিতি

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইৰ বৈঠকত এইবাৰ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ লক্ষ্য (Opposition alliance ‘India’ aims at) হৈছে সমন্বয়ৰ কাম মসৃণ কৰাৰ বাবে প্ৰয়োজনীয় সমিতি গঠন (Formation of committee for coordination) কৰা। ইয়াৰ উপৰি সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে কেনেদৰে প্ৰভাৱ বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত বিতং আলোচনা কৰা হʼব। ইতিমধ্যেই খবৰ পোৱা গৈছে যে বিৰোধী নেতাসকলে ঘৰুৱাভাৱে বিভিন্ন বিষয়ত আলোচনা কৰি যাব।

ৰাজ্যসভাৰ তৃণমূলৰ নেতা ডেৰেক অʼব্ৰাইনে আজি কয় যে আগন্তুক শীতকালীন অধিবেশনত বিৰোধীৰ প্ৰতিবাদৰ সুৰ দহগুণ বৃদ্ধি পাব। জানিব পৰা মতে, ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱটো শীতকালীন অধিবেশনত অনা হʼব৷ সূত্ৰ অনুসৰি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ সংশ্লিষ্ট কমিটীয়ে এই প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছে।

india | ASSAM TIMES POST

বিৰোধী মিত্ৰজোঁটৰ সূত্ৰ অনুসৰি, ইয়াৰ পিছত বিৰোধীৰ কৌশল অতি ক্ষীপ্ৰতাৰে তৈয়াৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হʼব, কিয়নো হাতত বেছি সময় নাই। বৰ্তমান সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যখনত যিটো দলেই শক্তিশালী, বাকীসকলে তাৰ পক্ষ লʼব। জেডিইউ-আৰজেডি, শিৱসেনা আৰু ডিএমকেই ক্ৰমে বিহাৰ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত ‘ইণ্ডিয়া’ৰ নেতৃত্ব দিব। কিন্তু কেৰালা, দিল্লী বা পশ্চিমবংগৰ দৰে ৰাজ্যত (যʼত ‘ইণ্ডিয়া’ৰ সদস্যসকলে ইজনে সিজনৰ লগত যুদ্ধত লিপ্ত হৈছে) কেনেকৈ আগবাঢ়িব লাগে সেইটো চূড়ান্ত কৰাৰ প্ৰচেষ্টা চলোৱা হʼব। ইণ্ডিয়াৰ নিজাকৈ টুইটাৰ হেণ্ডেল আৰু অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মত সাধাৰণ একাউণ্ট থাকিব।

Tags: indiaইণ্ডিয়া
Share4Tweet3Send

Related Posts

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

by Staff Reporter
April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

by News Desk
April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

by News Desk
April 24, 2026
50
Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন
National-International

Pawan Khera । গুৱাহাটী হাইকোৰ্টতো মুখথেকেচা পৱন খেৰাৰ, জামিন আবেদন খাৰিজ

by Staff Reporter
April 24, 2026
50
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

by News Desk
April 23, 2026
50
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ
National-International

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

by News Desk
April 23, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT